ETV Bharat / state

মহা নৱমীঃ খাৰুপেটীয়াত চৌদিশে দেবী দূৰ্গাৰ আৰাধনা

খাৰুপেটীয়াৰ হনুমান মন্দিৰকে ধৰি ৰাজ্যৰ সৰ্ববৃহৎ বাৰোৱাৰী পূজা মন্দিৰতো উদযাপন কৰে দূৰ্গা পূজা ৷ ইতিমধ্যে সন্ধিয়াৰ পৰা আৰম্ভ হয় ভক্তৰ লানি নিচিগা সোঁত ।

author img

By

Published : Oct 26, 2020, 7:05 AM IST

Durga Puja Celebration At Kharupetia
মহা নৱমীঃ খাৰুপেটীয়াত চৌদিশে দেবী দূৰ্গাৰ আৰাধনা

দলগাঁও, 26 অক্টোবৰঃ মহা নৱমী পূজাৰ মণ্ডপে মণ্ডপে দেখা গ'ল দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আৰাধনা । প্ৰতিকুল পৰিৱেশকো নেওচি দেৱীৰ আশিস বিছাৰি অসংখ্য ভক্তৰ সমাগন ঘটে পূজাস্থলীত ।

কৰ'ণা মহামাৰীৰ বাবে চৰকাৰে জাৰি কৰা কোভিড প্ৰট'কল মানি সমগ্ৰ ৰাজ্যতেই দুৰ্গা পূজা উদযাপন কৰা হৈছে ৷ সমান্তৰলকৈ দৰং জিলাৰ খাৰুপেটীয়াৰ হনুমান মন্দিৰকে ধৰি ৰাজ্যৰ সৰ্ববৃহৎ বাৰোৱাৰী পূজা মন্দিৰতো উদযাপন কৰে দূৰ্গা পূজা ৷ ইতিমধ্যে সন্ধিয়াৰ পৰা আৰম্ভ হয় ভক্তৰ লানি নিচিগা সোঁত । অসম চৰকাৰে বান্ধি দিয়া কোভিড প্ৰট'কল মতে - No Mask No Entry , হেণ্ড চেনিটাইজাৰ আদিৰ বেনাৰ আৰি কৰণা প্ৰতিৰোধৰ বাবে পূজা উদযাপন সমিতিৰ সদস্য সকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰে ৷

লগতে পঢ়ক- পাণ্ডুত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক’ভিড প্ৰটক’ল ভংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.