ETV Bharat / state

Dhula Teenager Murder Case: তিনি অভিযুক্ত চিকিৎসকৰ জামিন মঞ্জুৰ - গুৱাহাটী উচ্চ ন্যায়ালয়

মঙলবাৰে দৰঙৰ ধূলা কিশোৰী হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্ত চিকিৎসকৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Bail granted to three accused doctors) ৷

Dhula Teenager Murder Case: Bail granted to three accused doctors
Dhula Teenager Murder Case: তিনি অভিযুক্ত চিকিৎসকৰ জামিন মঞ্জুৰ
author img

By

Published : Nov 15, 2022, 12:20 PM IST

  • দৰঙৰ ধূলাত কিশোৰী হত্যাকাণ্ড অভিযোগত গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্ত চিকিৎসকৰ জামিন মঞ্জুৰ (Bail granted to three accused doctors)
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati high court) জামিন মঞ্জুৰ কৰিলে চিকিৎসক কেইগৰাকীৰ
  • চিকিৎসক তিনিজন ডা° অনুপম শৰ্মা, ডা° অৰুণ ডেকা আৰু ডা° অজন্তা বৰদলৈ
  • কিশোৰী হত্যাৰ মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্ৰতিবেদন দিয়াৰ লগত জড়িত তিনিও চিকিৎসক
  • ৮ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল চিকিৎসকক তিনিজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.