মৰিগাঁও,6অক্টোবৰ: আজি দৰং জিলাৰ মংগলদৈত অসম ব্ৰাহ্মণ সমাজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কৰা মন্তব্যৰ বিৰোধীতা কৰি অসম ব্ৰাহ্মণ সমাজে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ এই প্ৰতিবাদত সহযোগ কৰে দৰং,ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সমাজৰ সদস্য সকলে ৷ মংগলদৈৰ চহৰৰ সনাতন ধৰ্ম সভা প্ৰাংগনত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে ৰমাকান্ত দেউৰীক অতি শীঘ্ৰে ক্ষমা খোঁজাৰ বাবে দাবী উত্থাপন কৰে ৷
অন্য এক খবৰৰ বাবে: মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল