ETV Bharat / state

প্ৰেমৰ বাবে মঙলদৈত যুৱতীক হত্যা

author img

By

Published : Nov 26, 2019, 12:48 PM IST

Updated : Nov 26, 2019, 1:28 PM IST

মঙলদৈৰ এন চি বান্দীয়া চাপৰিত চুফীয়া বেগম নামৰ এগৰাকী যুৱতী গৰাকীক হত্যা ৷ আৰক্ষীৰ ওচৰত আত্মসমপৰ্ণ হত্যাকাৰীৰ ৷

DARRANG  MANGALDOI  A YOUNG GIRL  MURDER
মঙ্গলদৈত যুৱতীক হত্যা

মঙলদৈ,26 নৱেম্বৰ : মঙলদৈ এন চি বান্দীয়া চাপৰিত যুৱতী হত্যা ৷ মাণিক আলি নামৰ যুৱক এজনে হত্যা কৰে চুফীয়া বেগম নামৰ যুৱতী গৰাকীক ৷ ঘটনা অনুসৰি চুফীয়া বেগম নামৰ যুৱতী গৰাকী দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ নিৰুদ্দেশৰ বিষয়ে সোমবাৰে এজাহাৰ দাখিল কৰিছিল পৰিয়ালে ৷ হত্যাকাৰী মাণিক আলিয়ে নিজে মঙলদৈ থানত উপস্থিত হৈ নিজে হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ মঙলদৈ আৰক্ষীয়ে বান্দীয়া চাপৰিত মাকৈ খেতি পথাৰত মৃতদেহ উদ্ধাৰ কৰে ৷ দুপাত্তাৰে ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ হত্যাকাৰী মাণিক আলীৰ ৷ হত্যাকাৰীৰ স্বীকাৰোক্তিৰ মতে প্ৰেমজনিত কাৰণতে সংঘটিত হয় এই হত্যাকাণ্ড ৷ বৰ্তমানৰ আৰক্ষীৰ জিম্মাত হত্যাকাৰী মাণিক আলি ৷

মঙ্গলদৈত যুৱতীক হত্যা

লগতে পঢ়ক:26/11 আক্ৰমণ: ভাৰতীয় ইতিহাসত এক ক’লা আধ্যায়

Intro:মঙ্গলদৈ এন চি বান্দীয়া চাপৰিত যুৱতীক হত্যা Body:
# মঙ্গলদৈ এন চি বান্দীয়া চাপৰিত যুৱতীক হত্যা
# মাণিক আলি নামৰ যুৱক এজনে হত্যা কৰিলে চুফীয়া ৱেগম নামৰ যুৱতী গৰাকীক
# চুফীয়া ৱেগম নামৰ যুৱতী গৰাকী নিৰুদেশ হৈ আছিল যোৱা ৰবিবাৰৰ পৰা
# নিৰুদেশ ৰ বিষয়ে কালি এজাহাৰ দাখিল কৰিছিল পৰিয়ালে
# হত্যাকাৰী মাণিক আলিয়ে নিজে মঙ্গলদৈ থান ত উপস্থিত হৈ নিজে হত্যা কৰাৰ কথা স্বীকাৰ কৰে
# মঙ্গলদৈ আৰক্ষীয়ে মাকৈ খেতিৰ পৰা মৃতদেহ উদ্ধাৰ কৰে
# দুপাত্তা ৰে গল ত চেপি হত্যা কৰাৰ কথা স্বীকাৰ
# প্ৰেম জনীত কাৰণতে এই হত্যা কাণ্ড
# আৰক্ষীয়ে আটক কৰে হত্যাকাৰী মাণিক আলিConclusion:Debabrat goswami, ,Darrang
Last Updated : Nov 26, 2019, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.