ETV Bharat / state

দৰঙৰ বেলতলী ঈদগাহ ময়দানত শিশু সমাৰোহ

শিশু সমাৰোহত অংশগ্ৰহণ কৰে দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত দৰং জিলাৰ অন্তৰ্গত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহক সামৰি অনুষ্ঠিত হয় এই সমাৰোহ ৷

author img

By

Published : Mar 14, 2019, 1:49 AM IST

etv bharat assam, etv bharat

দৰং, 14 মাৰ্চ: বুধবাৰে দৰং জিলাৰ বেলতলী ঈদগাহ ময়দানত শিশু সমাৰোহৰ আয়োজন কৰা হয়৷

দৰঙৰ বেলতলী ঈদগাহ মৈদানত শিশু সমাৰোহ
অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত দৰং জিলাৰ অন্তৰ্গত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহক সামৰি অনুষ্ঠিত এই সমাৰোহত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ সমাৰোহত বিভিন্ন খেল-ধেমালি আৰু প্ৰতিযোগিতাৰঅন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জিলা মান ৰক্ষক হাইদৰ আলী, আব্দুল ছাত্তাৰৰ লগতে দৰং জিলা আঁচনি বিষয়া সৌৰভ জ্যোতি শৰ্মা ৷

শিশু সমাৰোহত অংশগ্ৰহণ 2 শতাধিক ছাত্ৰ-ছাত্ৰীৰ

দৰং, 14 মাৰ্চ: বুধবাৰে দৰং জিলাৰ বেলতলী ঈদগাহ মৈদানত শিশু সমাৰোহৰ আয়োজন ৷ অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত দৰং জিলাৰ অন্তৰ্গত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহক সামৰি অনুষ্ঠিত এই সমাৰোহত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ সমাৰোহত বিভিন্ন খেল-ধেমালী অন্তত অনুষ্ঠিত বঁটা
-বিতৰণী অনুষ্ঠানত উপস্থিত থাকে  জিলা মান  ৰক্ষক হাইদৰ আলী,আব্দুল ছাত্তাৰৰ লগতে দৰং জিলা আঁচনি বিষয়া সৌৰভ জ্যোতি শৰ্মা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.