ETV Bharat / state

দৰঙৰ দলগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা

দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন এজন ব্যক্তি ৷

author img

By

Published : May 26, 2019, 8:44 PM IST

দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত এজন

দৰং,26 মে' :

  • দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বুৰিগাঁৱত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা
  • আল্ট্ৰা বাছ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ
  • ফলত থিতাতে এজন নিহত আৰু এজন গুৰুতৰভাৱে আহত
    দৰঙৰ দলগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা
  • পথ দুৰ্ঘটনাটোত দু্ৰ্ঘটনাগ্ৰস্ত হোৱা দুজন ব্যৱসায়ীৰ এজন থিতাতে নিহত হোৱাৰ লগতে আনজন গুৰুতৰ ভাৱে আহত হয়
  • জানিব পৰা মতে,নিহত ব্যক্তিজনৰ নাম বিজয় সাহা আৰু গুৰুতৰভাৱে আহতজনৰ নাম উত্তম সাহা
  • দুয়োজন ব্যক্তিৰ ঘৰ দৰঙৰ খাৰুপেটীয়াত

Intro:দৰঙৰ দলগাঁৱত ভয়াবহ পথ দুৰ্ঘটনাত নিহত এজন ,গুৰুতৰ ভাৱে আহত এজন ।Body:দৰঙৰ দলগাঁৱ থানাৰ অন্তৰ্গত বুৰিগাৱত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন ব্যবসায়ীৰ এজন থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হয় ।নিহত ব্যক্তিজনৰ নাম বিজয় সাহা আৰু গুৰুতৰ ভাৱে আহত জনৰ নাম উত্তম সাহা । দুয়োৰে ঘৰ দলঙৰ খাৰুপেটীয়াত । আল্ট্ৰা বাছ আৰু স্কুটিৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা । Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.