ETV Bharat / state

দৰং জিলা সাহিত্য সভাৰ তৰফৰ পৰা ডঃ নবীন চন্দ্ৰ শৰ্মালৈ ‘দৰং ৰত্ন’ সন্মান - বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ডঃ নবীন চন্দ্ৰ শৰ্মা

বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ডঃ নবীন চন্দ্ৰ শৰ্মালৈ আগবঢ়োৱা হৈছে ‘দৰং ৰত্ন’ সন্মান । চলিত মাহত গুৱাহাটী বিশ্ববিদ্যালয়ত হ’বলগীয়া ‘সমাবৰ্তন’ কাৰ্যসূচীত দৰং জিলা সাহিত্য সভাই ডঃ নবীন চন্দ্ৰ শৰ্মাক প্ৰদান কৰিব এই সন্মান ।

Darang Ratna award to Dr. Naveen Chandra Sharma
দৰং জিলা সাহিত্য সভাৰ তৰফৰ পৰা ডঃ নবীন চন্দ্ৰ শৰ্মালৈ ‘দৰং ৰত্ন’ সন্মান
author img

By

Published : Feb 2, 2021, 10:29 PM IST

দৰং, 3 ফেব্ৰুৱাৰী : বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ডঃ নবীন চন্দ্ৰ শৰ্মালৈ আগবঢ়োৱা হৈছে ‘দৰং ৰত্ন’ সন্মান। চলিত মাহত গুৱাহাটী বিশ্ববিদ্যালয়ত হ’বলগীয়া ‘সমাবৰ্তন’ কাৰ্যসূচীত দৰং জিলা সাহিত্য সভাই ডঃ নবীন চন্দ্ৰ শৰ্মাক প্ৰদান কৰিব এই সন্মান ।

দৰং জিলা সাহিত্য সভা আহ্বান মৰ্মে মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰা হয় ৷ সংবাদমেলত দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, সম্পাদক গৌতমানন্দ গোস্বামীয়ে এই কথা জানিবলৈ দিয়ে ৷

দৰং জিলা সাহিত্য সভাৰ তৰফৰ পৰা ডঃ নবীন চন্দ্ৰ শৰ্মালৈ ‘দৰং ৰত্ন’ সন্মান

মঙলদৈ সাহিত্য প্ৰকল্পত আয়োজন কৰা এই সংবাদমেলত দৰং জিলা সাহিত্য সভাৰ বৰ্ষসূচী প্ৰকাশ কৰাৰ লগতে দৰং জিলা সাহিত্য সভাই গ্ৰহণ কৰা কেইবাটাও বঁটা আৰু পৰিকল্পনাৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক: মিজোৰামত লক্ষাধিক ভাৰতীয় টকা উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.