ETV Bharat / state

দলগাঁৱৰ এখন বিদ্যালয়ত বিছাতংক - Darrang District

বিছাৰ আতংকত থৰ হৰি কম্পমান দলগাঁৱৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৷ য'ত ত'ত বিছাৰ মুক্ত বিচৰণে ব্যাঘাত জন্মাইছে বিদ্যালয়ৰ নিয়মীয়া পাঠদানত ৷

দৰঙৰ দলগাঁৱৰ এখন বিদ্যালয়ত বিছাতংক
author img

By

Published : Aug 3, 2019, 4:20 PM IST

Updated : Aug 3, 2019, 4:26 PM IST

দলগাঁৱ, 3 আগষ্ট : দৰঙ জিলাৰ দলগাঁও শিয়ালমাৰী শিক্ষা খন্ডৰ অন্তগৰ্ত পূব বাইগৰমাৰী দক্ষিণ প্ৰাথমিক বিদ্যালয়ত বানৰ পাছত এতিয়া বিছাৰ আতংক ৷ বিদ্যালয়খনত এতিয়া যেনিয়েই চোৱা যায় তেনিয়েই কেৱল বিছাৰ বিচৰণ ৷ এমাহ গ্ৰীষ্ম বন্ধৰ পাচত শ্ৰেণী কোঠাত উপস্থিত হৈ অসংখ্য বিছা দেখি আতংকিত হৈ পৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী সকল ৷ শ্ৰেণী কোঠা , কাৰ্যালয় , ৰান্ধনী ঘৰ সকলোতে বিছাৰ সন্ত্ৰাস ৷

দলগাঁৱৰ এখন বিদ্যালয়ত বিছাতংক

ভয়তে শ্ৰেণী কোঠা এৰি বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হৈছে ছাত্ৰ ছাত্ৰী সকল ৷ বিদ্যালয়ৰ পাঠদানত ব্যঘাত জন্মোৱা বিছাৰ পৰা পৰিত্ৰাণ বিচাৰি এতিয়া শংকিত হৈ পৰিছে বিদ্যালয় কতৃপক্ষ ৷ ছাত্ৰ ছাত্ৰী সকলৰ মতে হাবি জংঘলৰ পৰা আহিছে এইবিধ বিশেষ বিছা ৷ বিছাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শিক্ষক শিক্ষয়িত্ৰী সকলে নিজাববীয়াকৈ প্ৰাথমিক ব্যৱস্থা হাতত লৈছে যদিও এতিয়ালৈকে বিছামুক্ত হোৱা নাই বিদ্যালয়ৰ চৌহদ ৷

Intro:Slug = SCHOOL_LARVA_
Byte= Teacher

## বানৰ পাছত বিদ্যালয়ত বিছাৰ আতংক।
## বিদ্যালয়ত যতে ততে কেৱল বিছা আৰু বিছা ।
## আতংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ।
## পিছে কত এই আতংক ?
Body:

দলগাও / ৩ আগষ্ট

বাঘ হাতীৰ মুক্ত বিচৰণ নহয় এইবাৰ বিছাৰ বিচৰণে আতংকিত কৰি তুলিছে কন কন ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক' শিক্ষয়িত্ৰীক । বিদ্যালয়ৰ যতে ততে বিছাৰ মুক্ত বিচৰণে ব্যাহত কৰি তুলিছে পাঠদান । ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীও হৈ পৰিছে আতংকিত । শ্ৰেণী কোঠা , কাৰ্যালয় , ৰান্ধনী ঘৰ সকলোতে কেৱল বিছা আৰু বিছা । বিছাৰ ভয়ত শ্ৰেণী কোঠা এৰি বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হৈছে কন কন ছাত্ৰ ছাত্ৰী সকল । এই ঘটনা দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষা খন্ডৰ অন্তগৰ্ত পূব বাইগৰমাৰী দক্ষিণ প্ৰাথমিক বিদ্যালয়ত । গ্ৰীস্ম বন্ধৰ এমাহ পিছত শ্ৰেণী কোঠাত
উপস্থিত হোৱা ছাত্ৰ ছাত্ৰীক আতংকিত কৰি তুলিছে হাবি জংঘলৰ পৰা অহা এবিধ বিছাই । Conclusion: পাঠদান ব্যাহত কৰা বিছাৰ পৰা ৰক্ষা পাবলৈ শিক্ষক শিক্ষয়িত্ৰী সকলে নিজাববীয়াকৈ প্ৰাথমিক ব্যবস্থা হাতত লৈছে যদিও সম্পূৰ্ণ ভাৱে পৰিত্ৰাণ পোৱা নাই বিছাৰ পৰা ।

আব্দুল হাকিম ।
দলগাও ।
Last Updated : Aug 3, 2019, 4:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.