ETV Bharat / state

মঙ্গলদৈত প্ৰথম পৰ্যায়ৰ কভিড ভেকচিনৰ শুভাৰম্ভণি

শনিবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ দৰং জিলাৰ মঙলদৈতো আৰম্ভ কৰা হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷

মঙলদৈতো আৰম্ভ কৰা হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

author img

By

Published : Jan 17, 2021, 10:42 AM IST

দৰং, ১৭ জানুৱাৰী: শনিবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ দৰং জিলাৰ মঙলদৈতো আৰম্ভ কৰা হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৷ দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই উদ্ধোধন কৰে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । তাৰ পাচতে প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰে অধীক্ষক ডাঃ গোপীনাথ বৰাক ৷ জিলাখনৰ প্ৰথমগৰাকী মহিলা চিকিৎসক ডাঃ ইলোৰা চৌধুৰীয়েও প্ৰতিষেধক গ্ৰহণ কৰে ।

মঙলদৈতো আৰম্ভ কৰা হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী
মঙলদৈতো আৰম্ভ কৰা হৈছে Covid-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ১০০ খন বিচনাযুক্ত শিশু আৰু প্ৰসূতি চিকিৎসালয়ত প্ৰদান কৰা হৈছে এই প্ৰতিষেধক । চিকিৎসালয়খনৰ তৰফৰ পৰা ১০০ জন ব্যক্তিক প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য কৰিছে যদিও বৰ্তমানলৈ প্ৰায় কুৰি গৰাকী ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

প্ৰথম পৰ্যায়ত ৮ গৰাকী চিকিৎসক আৰু ৩ গৰাকী চাফাই কৰ্মীয়ে Covid-১৯ প্ৰতিষেধক গ্ৰহণ কৰে । প্ৰথম প্ৰতিষেধক গ্ৰহণ কৰিয়েই এগৰাকী নাৰ্চে আৱেগিক হৈ কান্দোনত ভাঙি পৰাত পৰৱৰ্তী সময়ত কোনো নাৰ্চে প্ৰতিষেধক লোৱা পৰিলক্ষিত নহ'ল ।

লগতে পঢ়ক:অসম লেখিকা সন্থা ডিব্ৰুগড় শাখাৰ উদ্যোগত জকাইত কবি সন্মিলন সম্পন্ন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.