ETV Bharat / state

মঙলদৈত শেষ হাঁহি মাৰিলে বিজেপিৰ দিলীপ শইকীয়াই

পুনৰ শাসনৰ গাদীত বিজেপি ৷ অসমত 9খন আসনত জয়লাভ বিজেপিৰ ৷ অসমৰ 8নং মঙলদৈ লোকসভা সমষ্টিত বিপুল ভোটত বিজয়ী বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া ৷

মঙলদৈত শেষ হাঁহি বিজেপিৰ দিলীপ শইকীয়াৰ
author img

By

Published : May 24, 2019, 8:31 AM IST

মঙলদৈ, 24মে': 8নং মংগলদৈ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া বিপুল ভোটত জয়ী হয় ৷ দিলীপ শইকীয়াই ১৩৯২৯২ টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ৷ দিলীপ শইকীয়াই লাভ কৰে ৭,৩৫,৫৬৭ টা ভোট ৷ তাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই লাভ কৰে ৫,৯৬,২৭৫ টা ভোট ৷ ইপিনে প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ পাচতে মংগলদৈত বিজেপি সমৰ্থকসকলৰ মাজত দেখিবলৈ পোৱা গ'ল ব্যাপক উৎসাহ উদ্দীপনা ৷

Intro:Slug -- মংগলদৈত বিজেপিৰ দিলীপ শইকীয়া বিজয়ী ৷

V/O --- ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া বিপুল ভোটত বিজয়ী ৷ দিলীপ শইকীয়াই ১৩৯২৯২ টা ভোটতৰ ব্যৱধানত বিজয় সাব্যস্ত হয় ৷ দিলীপ শইকীয়াই লাভ কৰে ,৭৩৫৫৬৭ টা ভোট ৷ তাৰ বিপৰিতে জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই লাভ কৰে ৫৯৬২৭৫ টা ভোট ৷ ইয়াকে লৈ মংগলদৈত বিজেপিৰ সমৰ্থক সকলৰ মাজত দেখিবলৈ পোৱা গল ব্যাপক উৎসাহ ৷

Byte --- দিলীপ শইকীয়া ৷Body:Slug -- মংগলদৈত বিজেপিৰ দিলীপ শইকীয়া বিজয়ী ৷

V/O --- ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া বিপুল ভোটত বিজয়ী ৷ দিলীপ শইকীয়াই ১৩৯২৯২ টা ভোটতৰ ব্যৱধানত বিজয় সাব্যস্ত হয় ৷ দিলীপ শইকীয়াই লাভ কৰে ,৭৩৫৫৬৭ টা ভোট ৷ তাৰ বিপৰিতে জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই লাভ কৰে ৫৯৬২৭৫ টা ভোট ৷ ইয়াকে লৈ মংগলদৈত বিজেপিৰ সমৰ্থক সকলৰ মাজত দেখিবলৈ পোৱা গল ব্যাপক উৎসাহ ৷

Byte --- দিলীপ শইকীয়া ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.