ETV Bharat / state

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনকলৈ মঙলদৈত যজ্ঞৰ আয়োজন

author img

By

Published : Aug 5, 2020, 6:14 PM IST

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ দিলিপ শইকীয়া, বিধায়ক গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়াই ৰাম মন্দিৰ নিৰ্মাণক কেন্দ্ৰ কৰি মঙলদৈত আয়োজন কৰা যজ্ঞ কাৰ্যসূচীত অংশগ্ৰহণ ৷

bhumi pujan at mogoldoi
অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনকলৈ মঙলদৈত যজ্ঞৰ আয়োজন

দৰং,5আগষ্টঃ বুধবাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনকলৈ মঙলদৈৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত হোম যজ্ঞৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হয় ৷ পুৱাৰে পৰা আয়োজন কৰা যজ্ঞ কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অংশগ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে, উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰঞ্জিত দাসে ৰামৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ভৱিষ্যতে ভাৰতবৰ্ষক এখন ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পোষকতা কৰে ৷

ইফালে বিষ্ণু মন্দিৰত আয়োজন কৰা যজ্ঞ কাৰ্যসূচীত সহস্ৰাধিক লোকৰ উপস্থিতিত এক আধ্যাত্মিক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ভক্তিমূলক গীত পৰিবেশন কৰে ভক্ত সকলে ৷ আনহাতে ৰঞ্জিত দাসৰ লগতে যজ্ঞ কাৰ্যসূচীত উপস্থিত থাকে মঙলদৈ সংসদীয় সমষ্টিৰ সাংসদ দিলীপ শইকিয়া, বিধায়ক গুৰুজ্যোতি দাস আৰু বিধায়ক বিনন্দ শইকীয়া ৷

লগতে পঢ়কঃ মালিগাঁৱৰ ৰাম মন্দিৰত বিশেষ পূজা অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.