দৰং,31 মেঃ দৰঙৰ শ্যামপুৰ আৰক্ষীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰত জড়িত থকাৰ অভিযোগত আটক কৰে আহেদ আলি নামৰ ৰৌমাৰী গাঁৱৰ এজন লোকক। উল্লেখযোগ্য যে বিগত মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে শ্যামপুৰ আৰক্ষীয়ে চলোৱা অভিযানত চোৰাং চিকাৰীৰ দলে ৰাইফল, চাইলেঞ্চাৰ আদি এৰি পলায়ন কৰিছিল। উক্ত চোৰাং চিকাৰীৰ এজন আহেদ আলী বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। আৰক্ষীয়ে আহেদ আলীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।
গঁড় চিকাৰত জড়িত থকাৰ অভিযোগত দৰঙত আটক এজন - rhino case
আৰক্ষীয়ে আহেদ আলীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ।
গড় চিকাৰত জড়িত থকাৰ অভিযোগত দৰঙত আটক এজন
দৰং,31 মেঃ দৰঙৰ শ্যামপুৰ আৰক্ষীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰত জড়িত থকাৰ অভিযোগত আটক কৰে আহেদ আলি নামৰ ৰৌমাৰী গাঁৱৰ এজন লোকক। উল্লেখযোগ্য যে বিগত মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে শ্যামপুৰ আৰক্ষীয়ে চলোৱা অভিযানত চোৰাং চিকাৰীৰ দলে ৰাইফল, চাইলেঞ্চাৰ আদি এৰি পলায়ন কৰিছিল। উক্ত চোৰাং চিকাৰীৰ এজন আহেদ আলী বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। আৰক্ষীয়ে আহেদ আলীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।
Intro:দৰঙৰ শ্যামপুৰ আৰক্ষীৰ জালত গড় চিকাৰত জড়িত থকাৰ অভিযোগত এজনক আটক । Body:দৰঙৰ শ্যামপুৰ আৰক্ষীয়ে ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানত গড় চিকাৰত জড়িত থকাৰ অভিযোগত আটক কৰে আহেদ আলি নামৰ ৰৌমাৰী নামৰ গাঁৱ এজন লোকক । উল্লেখযোগ্য যে বিগত মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত চোৰাংচিকাৰীৰ বিৰুদ্ধে শ্যামপুৰ আৰক্ষীয়ে চলোৱা অভিযানত চোৰাংচিকাৰীৰ দলে ৰাইফল ,চাইলেঞ্চাৰ আদি এৰি পলায়ন কৰিছিল । উক্ত পলায়নকাৰী চোৰাং চিকাৰীৰ এজন আহেদ আলী বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ।Conclusion:আৰক্ষীয়ে আহেদ আলীক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ।
আব্দুল হাকিম
দলগাও ।
আব্দুল হাকিম
দলগাও ।
Last Updated : May 31, 2019, 8:26 PM IST