ETV Bharat / state

দৰঙত গঠন হ'ল অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠন "অসম ছাত্ৰ পৰিষদ"

author img

By

Published : Nov 10, 2020, 8:15 AM IST

দৰঙত গঠন হ'ল অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠন " অসম ছাত্ৰ পৰিষদ"| এক বিশাল সমদলেৰে সোমবাৰে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱাক আদৰণি জনায় মঙ্গলদৈৰ অগপই ৷ দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দেৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত অজয় শৰ্মাক সভাপতি আৰু কুলদ্বীপ ডেকাক সম্পাদক হিচাপে লৈ গঠন কৰা হয় 41 জনীয়া সমিতি ৷

As_drg_03_agp_new_student_union_img_10006
দৰঙত গঠন হ'ল অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠন "অসম ছাত্ৰ পৰিষদ"

দৰং,10 নৱেম্বৰ: আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ উদ্দেশ্যে ন সাজেৰে উজ্জীৱিত হৈ ওলাই আহিছে দৰঙৰ ছাত্ৰ সমাজ । সোমবাৰে দৰঙত গঠন হ'ল অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠন " অসম ছাত্ৰ পৰিষদ" ৷ মঙ্গলদৈৰ অগপই নিজ কাৰ্যালয়ৰ পৰা এক বিশাল সমদলেৰে আগবঢ়াই আনে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱাক ৷

দৰং জিলাৰ অগপৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ বৰুৱাই আঁতধৰা সভাখনত উপস্থিত থাকে দৰং অগপৰ সভাপতি কমলেশ্বৰ বৰুৱা,সম্পাদক স্বৰাজ ডেকা,হবিবুৰ ৰহমান, প্ৰাক্তন বিধায়ক হিৰেন কুমাৰ দাস,জ্যেষ্ঠ নেতা পৱন ভূঞাকে ধৰি অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মুকুট দাস আৰু বহু কেইজন কেন্দ্ৰীয় নেতৃত্ব ।

দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দেৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত দৰং জিলাৰ ছিপাঝাৰৰ অজয় শৰ্মাক সভাপতি আৰু মঙ্গলদৈৰ কুলদ্বীপ ডেকাক সম্পাদক হিচাপে লৈ 41 জনীয়া সমিতি গঠন কৰে ৷ এনেকৈয়ে দৰঙৰ আঞ্চলিকতাবাদী ৰাজনীতিত নতুন ৰূপ দিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱাই ৷

লগতে পঢ়ক: পঞ্চায়তীৰাজৰ বিৰুদ্ধে কাৰ্বি আংলংত APHLCৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.