ETV Bharat / state

দৰঙৰ ধুলাত জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযানঃ গ্ৰেপ্তাৰ 4 জুৱাৰী - ধুলা আৰক্ষী

বৃহস্পতিবাৰে জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ধুলা আৰক্ষীয়ে। কিছুদিন পূৰ্বে চলোৱা অভিযানত আৰক্ষীয়ে দুজন জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ পাচতে বৃহস্পতিবাৰে ভুটু শ্বেইখ,ছোৰাব মণ্ডল,কামালুদ্দিন আৰু ছামাত আলী নামৰ চাৰি জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়

author img

By

Published : May 2, 2019, 9:28 PM IST

দৰং, 2 মেঃ জুৱাৰ বিৰুদ্ধে দৰঙৰ ধুলা আৰক্ষীৰ অভিযান। চাৰি জুৱাৰীক গ্ৰেপ্তাৰ। বৃহস্পতিবাৰে জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ধুলা আৰক্ষীয়ে। কিছুদিন পূৰ্বে চলোৱা অভিযানত আৰক্ষীয়ে দুজন জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ পাচতে বৃহস্পতিবাৰে ভুটু শ্বেইখ,ছোৰাব মণ্ডল,কামালুদ্দিন আৰু ছামাত আলী নামৰ চাৰিজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দৰঙৰ ধুলা থানাৰ অন্তৰ্গত হিৰাপাৰা গাঁৱত চলি থকা দেউলত একাংশ দুষ্ট চক্ৰই ডাব্বু গুটি আৰু তিনি তাচৰ খেল চলি থকা খবৰ লাভ কৰাৰ পাচেত ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতিৰ নেতৃত্বত চলাইছিল অভিযান ৷

দৰঙত গ্ৰপ্তাৰ 4 জুৱাৰী

as_drg_gambler arrested_as10006
Byte=NUR  ISLAM 

:জুৱাৰ বিৰুদ্ধে ধুলা আৰক্ষীৰ  অভিযান।
।চাৰি জুৱাৰীক গ্ৰেপ্তাৰ।

Anchor
::জুৱাৰীৰ বিৰূদ্ধে ধুলা আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। কেইদিনমান আগতে দুজন জুৱাৰীক গ্ৰেপ্তাৰ  কৰাৰ লগতে বৃহস্পতিবাৰে   চাৰি জন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধুলা আৰক্ষীয়ে । দৰঙৰ  ধুলা থানাৰ অন্তৰ্গত হিৰাপাৰা গাওঁত চলি থকা দেউলত একাংশ  দুষ্ট চক্ৰই চলোৱা ডাব্বু গুটি আৰু তিনি তাচৰ  খেল চলি থকা বুলি খবৰ পাই ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত কাকতিৰ নেতৃত্বত যোৱা দলটোৱে ভুটু শ্বেইখ, ছোৰাব মণ্ডল,কামালুদ্দিন আৰু ছামাত আলী নামৰ জুৱাৰী চাৰিজনক গ্ৰেপ্তাৰ কৰে । 
                        ===  দেবব্ৰত গোস্বামী দৰং ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.