ETV Bharat / state

দৰঙত পথৰ দুৰৱস্থাঃ পথত ভূঁই ৰুই প্ৰতিবাদ - ছিপাঝাৰ সমষ্টি

বাৰিষাৰ পথাৰত নহয়  ৰাষ্টাত এইদৰে  ভুই ৰুই  প্ৰতিবাদ কৰিছে স্থানীয় একাংশ মহিলাই । কিয়নো বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰি অহা ৰাইজে  ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক আবেদন নিবেদন কৰিও আজিলৈ কোনো সু-ফল নাপালে ৷

দৰঙত পথৰ দুৰৱস্থাঃ পথত ভুঁই ৰুই প্ৰতিবাদ
author img

By

Published : Jun 13, 2019, 7:10 AM IST

দৰং, 12 জুনঃ মন্ত্ৰী বিধায়কৰ দৃষ্টি নপৰা ছিপাঝাৰ সমষ্টিৰ এম এম জি পথৰ পৰা বুঢ়াখাট হৈ এম পি কে পথ সংযোগী এটা গুৰুত্বপূৰ্ণ পথ ৷ মেৰামতি নকৰাৰ বাবে উপায়ন্তৰ হৈ অভিনৱ প্ৰতিবাদ কৰিবলগীয়া হৈছে স্থানীয় মহিলাই ৷ বাৰিষাৰ পথাৰত নহয় ৰাষ্টাত এইদৰে ভুই ৰুই প্ৰতিবাদ কৰিছে স্থানীয় একাংশ মহিলাই । কিয়নো বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰি অহা ৰাইজে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক আবেদন নিবেদন কৰিও আজিলৈ কোনো সু-ফল নাপালে ৷ সেয়ে মন্ত্ৰী বিধায়কৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মহিলাসকলে এনেদৰে ৰাষ্টাত ভুইৰুই প্ৰতিবাদ সাব্যস্ত কৰে ।

as_drg_12june_dilapidated road_as10006【FTP kariso】

Anchor-  একাঠু বোকা পানীৰে উপচি পৰা ছিপাঝাৰ সমষ্টিৰ MMG পথৰ পৰা বুঢ়াখাট হৈ  MPK পথ সংযোগী এটা পথে জীয়াতু ভোগাইছে বৃহত্তৰ এটা অঞ্চলৰ জনসাধাৰণক। জন প্ৰতিনিধিগৰাকীৰ বাবে যমৰ যাতনা ভূগিছে সৰ্বসাধাৰণ  জনতাই।

V/O   মন্ত্ৰী বিধায়কৰ দৃষ্টি নপৰা ছিপাঝাৰ সমষ্টিৰ  MMG পথৰ পৰা বুঢ়াখাট হৈ MPK পথ সংযোগী এটা গুৰুত্বপূৰ্ণ পথ ৷ যত পথটি  মেৰামতি নকৰাৰ বাবে উপায়ন্তৰ হৈ অভিনৱ প্ৰতিবাদ কৰিবলগীয়া হৈছে স্থানীয় মহিলাই  ৷ আৰু  এইদৰে বাৰিষাৰ পথাৰত নহয়  ৰাষ্টাত এইদৰে  ভুই ৰুই  প্ৰতিবাদ কৰিছে স্থানীয় একাংশ মহিলাই । কিয়নো বছৰ বছৰ ধৰি যমৰ যাতনা ভোগ কৰি অহা ৰাইজে  ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক আবেদন নিবেদন কৰিও আজিলৈ নাপালে কোনোধৰনৰ সু-ফল ৷ সেয়ে মন্ত্ৰী বিধায়কৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পুৰুষ সকলে নহয় মহিলাসকলে এনেদৰে ৰাষ্টাত ভুইৰুই " আমাক ৰাষ্টা লাগিব " অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে  । উল্লেখ্য যে MMG পথৰ পৰা    বুঢ়াখাট হৈ MPK সংযোগী পথটিৰে সাপ্তাহিক দুখনকৈ বজাৰলৈ যোৱাৰ উপৰিও কেইবাখনো বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী যোৱা এইটো প্ৰধান পথ ৷ যাৰ বাবে বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা ছাত্ৰছাত্ৰী সকল এই পথটিত হোৱা একাঠু  বোকাৰ বাবে সঘনে হয় দুৰ্ঘটনা ৷ এনে এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ নকৰাত ক্ষুব্ধ হৈছে স্থানীয় ৰাইজ ৷ পথটি মেৰামতি কৰাৰ সদায়  আশ্বাস প্ৰদান কৰি অহা বিধায়ক বিনন্দ কুমাৰ শইকীয়াক  আশ্বাস নহয় পথটি মেৰামতি কৰিবলৈ দাবী ৰাইজৰ ৷

Debabrat goswami

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.