ETV Bharat / state

BJP ৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণ কৰি আছে বদৰুদ্দিন আজমলে : জগদীশ ভূঞা

author img

By

Published : Jan 12, 2021, 11:10 PM IST

মঙলদৈত আয়োজন কৰা AJPৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেছিক সমালোনাৰ লক্ষ্য কৰি ল'লে AJP ৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷ তেওঁ কয়, BJP ৰ স্বাৰ্থত তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰি আছে আজমলে ৷

ajp-joinig-programe-at-mongaldoi
BJP ৰ স্বাৰ্থত ধৰ্মীয় মেৰুকৰণ কৰি আছে বদৰুদ্দিন আজমলে :জগদীশ ভূঞা

দৰং, 12 জানুৱাৰী : মঙলবাৰে মঙলদৈত AJPৰ এক যোগদান কাৰ্যসূচীত অগপৰ 24 জন সদস্যই আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদ দলত যোগদান কৰে ৷ উক্ত যোগদান কাৰ্যসূচীত হঠাৎ উপস্থিত হয় AJP ৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ।

ঢেকীয়াজুলিলৈ গৈ থকা সময়তে মঙলদৈত আয়োজন কৰা এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেছিক সমালোনাৰ লক্ষ্য কৰি লয় ভূঞাই ৷ তেওঁ কয়, বদৰুদ্দিন আজমল আৰু ওৱেছি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী । তেওঁলোকে কেন্দ্ৰত যাৰ চৰকাৰৰ থাকে তেওঁলোকৰ লগত মিলিজুলি থাকে ৷ লগতে BJP ৰ স্বাৰ্থত তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰে AJP ৰ সম্পাদক গৰাকীয়ে ।

লগতে পঢ়ক : বহু প্ৰতীক্ষাৰ অন্তত অসম পালে মহামাৰীৰ ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.