দলগাওঁ, 31 জুলাইঃ পুনৰ এবাৰ ভূ-লুণ্ঠিত মানৱতা, দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ৷ তথ্য অনুসৰি, দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত ওঝাগাৱঁত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা৷ পাষাণ পুত্ৰ নুৰ ইছলামে প্ৰথমে বঠীৰে ডিঙিত ঘপিয়াই ধৰাশায়ী কৰে পাকঘৰত কাম কৰি থকা মাতৃ মেৰুজা বেগমক৷ মাতৃক ঘৰত আক্ৰমণ কৰাৰ পাছত ৰাস্তাত কাম কৰি থকা পিতৃক হত্যাৰ বাবে পুনৰ বঠীৰে আক্ৰমণ কৰে হত্যাকাৰী পুত্ৰই৷ গুৰুতৰ ভাৱে আহত হোৱা মাতৃক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷আহত পিতৃ আহম্মদ আলীক প্ৰথমতে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । ইফালে হত্যাকাৰী পুত্ৰ নুৰ ইছলামক ৰাইজে কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক৷ দিন দুপৰতে সংঘটিত এই জঘন্য কাণ্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ - undefined
পুনৰ এবাৰ ভূ-লুণ্ঠিত মানৱতা, দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ
![দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3998156-thumbnail-3x2-murder.jpg?imwidth=3840)
দলগাওঁ, 31 জুলাইঃ পুনৰ এবাৰ ভূ-লুণ্ঠিত মানৱতা, দৰঙত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ৷ তথ্য অনুসৰি, দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত ওঝাগাৱঁত সংঘটিত হয় এই লোমহৰ্ষক ঘটনা৷ পাষাণ পুত্ৰ নুৰ ইছলামে প্ৰথমে বঠীৰে ডিঙিত ঘপিয়াই ধৰাশায়ী কৰে পাকঘৰত কাম কৰি থকা মাতৃ মেৰুজা বেগমক৷ মাতৃক ঘৰত আক্ৰমণ কৰাৰ পাছত ৰাস্তাত কাম কৰি থকা পিতৃক হত্যাৰ বাবে পুনৰ বঠীৰে আক্ৰমণ কৰে হত্যাকাৰী পুত্ৰই৷ গুৰুতৰ ভাৱে আহত হোৱা মাতৃক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷আহত পিতৃ আহম্মদ আলীক প্ৰথমতে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । ইফালে হত্যাকাৰী পুত্ৰ নুৰ ইছলামক ৰাইজে কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক৷ দিন দুপৰতে সংঘটিত এই জঘন্য কাণ্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
Byte= Secy VDP
= Public
## ধূলাৰ ওঝাগাৱত লোমহৰ্ষক হত্যাকান্ড
#পাষাণ পুত্ৰই ঘপিয়াই হত্যা কৰিলে নিজ মাতৃক । কথমপি ৰক্ষা পৰিল পিতৃ ।
## হত্যাকাৰী পুত্ৰক ৰাইজে গতালে আৰক্ষীক ।
Body:
দলগাও /৩১ জুলাই
বুধবাৰে পাষাণ পুত্ৰই নিজ মাতৃক হত্যা কৰি আক্ৰমণ কৰে পিতৃক । পূৱা ৯ মান বজাত প্ৰথমতে পুত্ৰ নুৰ ইছলামে পাক ঘৰত কাম কৰি থকা মাতৃ মেৰুজা বেগমক বটিৰে ডিঙিত ঘপিয়াই ধৰাশায়ী কৰে । গুৰুতৰ ভাৱে আহত মাতৃক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় । মাতৃক ঘৰত আক্ৰমণ কৰি ৰাস্তাত থকা পিতৃক হত্যাৰ বাবে পুনৰ বটিৰে আক্ৰমণ কৰে পুত্ৰই । ফলত ধৰাশায়ী হয় হয় পিতৃ আহম্মদ আলি । আহত পিতৃ আহম্মদ আলিক প্ৰথমতে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে জি এম চিলৈ প্ৰেৰণ কৰা হয় । ইফালে
হত্যা কাৰী পুত্ৰ নুৰ ইছলামক ৰাইজে কৰায়ক্ত কৰি গতাই দিয়ে আৰক্ষীক । উক্ত জঘন্য কান্ড সংঘটিত হয় দৰঙৰ ধূলা থানাৰ অন্তৰ্গত ওঝাগাৱত ।
Conclusion:। দিন দুপৰতে সংঘটিত জঘন্য কান্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
আব্দুল হাকিম
দলগাও ।