ETV Bharat / state

মঙলদৈত মটৰ শ্ৰমিক সন্থাৰ ৩৬ ঘন্টীয়া কৰ্মবিৰতি কাৰ্যসূচী

মঙলদৈ যান বাহন আৰক্ষী বিষয়াৰ বিৰুদ্ধে মটৰ শ্ৰমিক সন্থাৰ ৩৬ ঘন্টীয়া কৰ্মবিৰতি কাৰ্যসূচী ৷ বন্ধ থাকিল ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বাছ

মঙলদৈত মটৰ শ্ৰমিক সন্থাৰ ৩৬ ঘন্টীয়া কৰ্ম বিৰতি কাৰ্যসূচী
author img

By

Published : Jul 25, 2019, 11:33 PM IST

দলগাঁও, 25 জুলাইঃ মঙলদৈ যান বাহন আৰক্ষীৰ অন্যায়ৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৩৬ ঘন্টীয়া কৰ্মবিৰতি পালন কৰে সদৌ অসম মটৰ শ্ৰমিক সন্থাই । ২৩ জুলাইত দৰঙৰ মঙলদৈ সদৰ থানাৰ যান বাহন আৰক্ষী গকুল ডেকাই খাৰুপেটীয়াৰ এগৰাকী বাছ মালিক আৰু এজন মটৰ শ্ৰমিকক অন্যায় ভাবে মাৰপিট কৰি গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ৩৬ ঘন্টীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰি ব্যক্তিগত খণ্ডৰ সকলো ধৰণৰ যাত্ৰীবাহী বাছ চলাচল বন্ধ ৰাখে।

মঙলদৈত মটৰ শ্ৰমিক সন্থাৰ ৩৬ ঘন্টীয়া কৰ্ম বিৰতি কাৰ্যসূচী

দৰং , ওদালগুৰি, শোণিতপুৰ , নলবাৰী আৰু কামৰূপ জিলা মটৰ শ্ৰমিক সন্থাৰ যৌথ আহ্বানত কৰ্ম বিৰতি কাৰ্যসূচী পালন কৰি দোষী আৰক্ষী বিষয়া গকুল ডেকাক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা বাছ মালিক আৰু মটৰ শ্ৰমিকক মুকলি কৰি দিয়াৰ বাবে জিলা প্ৰশাসনক দাবী জনায় মটৰ শ্ৰমিক সন্থাই । সন্থাৰ দাবী মানি নল'লে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ সন্থাটোৰ ।

Intro:Slug= Bus_ Strike_
= Nural Talukdar ( President Motor Sramik Union )
= Public .
## মটৰ শ্ৰমিক সন্থাৰ ৩৬ ঘন্টীয়া কৰ্ম বিৰতি কাৰ্যসূচী ।
## মঙলদৈ যান বাহন আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই কাৰ্যসূচী ।
## বন্ধ থাকিল ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বাছ ।
##যাত্ৰীৰ হাহাকাৰ ।Body:

দলগাও /২৫ জুলাই ।

মঙলদৈ যান বাহন আৰক্ষীৰ অন্যায়ৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৩৬ ঘন্টীয়া কৰ্ম বিৰতি পালন কৰে সদৌ অসম মটৰ শ্ৰমিক সন্হাই । ২৩ জুলাইত দৰঙৰ মঙলদৈ সদৰ থানাৰ যান বাহন আৰক্ষী গকুল ডেকাই খাৰুপেটীয়াৰ এগৰাকী বাছ মালিক আৰু এজন মটৰ শ্ৰমিকক অন্যায় ভাবে মাৰপিট কৰি গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ৩৬ ঘন্টীয়া কৰ্ম বিৰতি কাৰ্যসূচী পালন কৰি ব্যক্তিগত খণ্ডৰ সকলো ধৰণৰ যাত্ৰীবাহী বাছ চলাচল বন্ধ ৰাখে সন্হাই । দৰং , ওদালগুৰি, শোনিতপুৰ , নলবাৰী আৰু কামৰূপ জিলা মটৰ শ্ৰমিক সন্হাৰ যৌথ আহ্বানত কৰ্ম বিৰতি কাৰ্যসূচী পালন কৰি দোষী আৰক্ষী বিষয়া গকুল ডেকাক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা বাছ মালিক আৰু মটৰ শ্ৰমিকক মুকলি কৰি দিয়াৰ বাবে জিলা প্ৰশাসনক দাবী জনায় মটৰ শ্ৰমিক সন্হাই ।
Conclusion:সন্থাৰ দাবী মানি নললে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ মটৰ শ্ৰমিক সন্হাৰ ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.