ETV Bharat / state

কোৰবানীৰ বাবে বহিঃৰাজ্যৰ পৰা সৰবৰাহ উট, মঙলদৈত আটক তিনি সৰবৰাহকাৰী - মঙলদৈ

ঈদ প্ৰাকক্ষণত কোৰবানীৰ বাবে বহিঃৰাজ্যৰ পৰা সৰবৰাহ ৬ টাকৈ উট ৷ দৰং আৰক্ষীৰ জালত তিনি সৰবাৰহকাৰী ৷

কোৰবানীৰ বাবে বহিঃৰাজ্যৰ পৰা সৰবৰাহ উট, মঙলদৈত আটক তিনি সৰবৰাহকাৰী
author img

By

Published : Aug 11, 2019, 4:51 PM IST

মঙলদৈ, 11 আগষ্টঃ অসমত সমাগত ঈদ উপলক্ষে কোৰবানী দিবলৈ বহিঃৰাজ্যৰ পৰা উট সৰবৰাহ ৷ দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নেতৃত্বত ধূলা থানাই টাংনি পশু বজাৰৰ পৰা পাঁচটা উট সহ গেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনি সৰবৰাহকাৰীক । উট বন্যপানী সুৰক্ষা আইন ১৯৭২ ধাৰাৰ অধীনত জব্দ কৰা হয় এই উট সমূহ । আটকাধীন লোক কেইজন হৈছে ভকতপাৰাৰ চাইদুৰ ৰহমান, তফিজুল হক আৰু চাতত আলী ৷

কোৰবানীৰ বাবে বহিঃৰাজ্যৰ পৰা সৰবৰাহ উট, মঙলদৈত আটক তিনি সৰবৰাহকাৰী

এই সন্দৰ্ভত ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতিয়ে জনোৱা মতে এটা উটৰ বিক্ৰী মূল্য হৈছে প্ৰায় ৫৫ ৰ পৰা ৬০ হাজাৰ টকা পৰ্যন্ত । ইতিমধ্যে উট কেইটা ধূলা আৰক্ষী থানাত ৰখা হৈছে । সাধাৰণতে মঙলদৈ বিভিন্ন ঠাইত ঈদৰ দিনা উট কোৰবানি কৰা হয় যদিও উক্ত বিক্ৰী কৰিবলৈ অনা উট সমূহ হাৰিয়ানাৰ পৰা অনা বুলি দাবী কৰা হৈছে ৷ জানিব পৰা মতে উট সমূহ চালনিকুচি গাঁওৰ চনতুলা শ্বেখৰ । আনহাতে মঙলদৈ আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া নিৰঞ্জণ বৰুৱাই মঙলদৈ তেলিপাৰাৰ পৰাও এটা উট জব্দ কৰিবলৈ সক্ষম হৈছে ৷

Intro:কোৰবানীৰ বাবে অনা ৬টাকৈ উট জব্দ মঙলদৈত
Body: দৰং আৰক্ষীয়ে ৬টাকৈ উট জব্দ কৰে।
সমাগত ঈদ উপলক্ষে কোৰবানি কৰিবলৈ অনা সময়তে দৰং আৰক্ষী অধিক্ষক অমৃত ভূঞাৰ নেতৃত্বত ধূলা থানাই টাংনি পশু বজাৰৰ পৰা গেপ্তাৰ কৰে । বজাৰত বিক্ৰি কৰিবলৈ লোৱাৰ সময়কে পাচটাকৈ বৃহৎ আকাৰৰ উট বন্যপানী সুৰক্ষা আইন ১৯৭২ ধাৰাৰ অধিনত জব্দ কৰে।
ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত কাকতিয়ে জনোৱা মতে ইয়াৰে এটা উটৰ বিক্ৰি মূল্য হৈছে ৫৫ -৬০ হাজাৰ টকা। উট কেইটাৰ লগতে ভকতপাৰাৰ চাইদুৰ ৰহমান , তফিজুল হক আৰু চাতত আলি নামৰ তিনিজন লোকক আটক কৰিছে।
ইতিমধ্যে ইউ পাঁচটা ধুলা আৰক্ষী থানাতৰখা হৈছে।
সাধাৰনতে মঙলদৈ বিভিন্ন ঠাইত ঈদৰ দিনা উট কোৰবানি কৰা হয় যদিও উক্ত বিক্ৰিব অনা উট সমূহ হাৰিয়ানাৰ পৰা অনা বুলি দাবী কৰা হৈছে যদিও কোনো কাগজ পত্ৰই দেখুৱাব পৰা নাই ।
জানিবপৰা মতে ইট সমূহ চালনিকুচি গাওৰ চনতুলা শ্বেখৰ।
আনহাতে মঙলদৈ আৰক্ষী থানাৰ ভাৰপাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই মঙলদৈ তেলিপাৰাৰ পৰাও এটা উট আটক কৰিছে।

Byte : OC, Dhula PS
Conclusion:Debabrat goswami. Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.