বিগত বৰ্ষত ত্ৰিপুৰাত আত্মসমৰ্পণ ২৭ জন উগ্ৰপন্থীৰ
ত্ৰিপুৰাত অপৰাধমুক্ত কৰাৰ বাবে আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । বিগত বছৰত আৰক্ষীৰ আগত আত্মসমৰ্পণ বিভিন্ন সংগঠনৰ ২৭ টা উগ্ৰপন্থীৰ (Last year 27 Insurgents arrested in Tripura) । চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনত বিশেষ ৱেবছাইট মুকলি । ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অব্যাহত অভিযান ।
Lata Mangeshkar tests covid positive : মেলডী কুইন লতা মংগেশকাৰ কৰ’ণাত আক্ৰান্ত
"মেলডী কুইন" লতা মংগেশকাৰ আক্ৰান্ত কৰ’ণাত (Melody Queen Lata Mangeshkar tests covid positive) ৷ মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি গায়িকা গৰাকীক (Lata Mangeshkar admitted at Breach Candy hospital) ৷ গায়িকাগৰাকীৰ শাৰিৰীক নমুনা পৰীক্ষা কৰাৰ পিছতে এই কথা জানিব পৰা যায় ৷ তেওঁৰ দেহত ক’ভিড 19 ৰ সাধাৰণ লক্ষণসমূহে দেখা দিছে বুলি পৰিয়ালৰ তৰফৰ পৰা এগৰাকী ভতিজীয়ে সদৰি কৰে ৷
Special Covid precaution at LGBI airport : বৰঝাৰ বিমানবন্দৰত বিশেষ সৰ্তকতামূলক ব্যৱস্থা
গুৱাহাটীত দৈনিক প্ৰায় দুগুণ হাৰত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ সৰ্তকতা ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Special Covid precaution at LGBI airport) । বিমানবন্দৰত যাত্ৰীসকলৰ ক'ভিড পৰীক্ষা কৰাৰ বাবে ১৪ টা কাউণ্টাৰ স্থাপন কৰা হৈছে ।
Kokrajhar police arrested five gamblers : কোকৰাঝাৰত জুৱাৰীৰ পৰা জব্দ নগদ 2.60 লাখ টকা
কোকৰাঝাৰত পাঁচজনীয়া অবৈধ তীৰ আৰু নাগালেণ্ড লটাৰীৰ টিকট বিক্ৰেতাক আটক (Kokrajhar police arrested five gamblers) ৷ অভিযানকাৰী দলটোৱে অসাধু ব্যৱসায়ীকেইজনৰ পৰা প্ৰায় 2.60 লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ।
Booster dose of covid vaccine starts : ডিমা হাছাওত আৰম্ভ কৰ’ণাৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী
ডিমা হাছাওত আৰম্ভ কৰ’ণাৰ তৃতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী (Booster dose of covid vaccine starts in Dima Hasao) ৷ জিলাখনত এই কাৰ্যসূচী মুকলি কৰাৰ পিছতে প্ৰথমে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দীপালী বৰ্মনে তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ।
জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা
ৰূপহীহাট আৰক্ষীয়ে এইবাৰ উৎখাত কৰিলে জুৱাৰ ঘাটি । উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা জুৱাৰীৰ (Clash between Police and Gambler in Nagaon) ৷
Journalist Bikash Moran Commits suicide : তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা
সাংবাদিক বিকাশ মৰাণৰ আত্মহনন (Journalist Bikash Moran Commits suicide) ৷ সোমবাৰে নিশা প্ৰায় 11 মান বজাত পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে সাংবাদিকগৰাকীয়ে । মৰাণৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
Drugs Seized at Bokajan : বোকাজানত 8 কোটি মূল্যৰ ড্ৰাগছসহ এজনক আটক
মঙলবাৰে লাহৰিজান পহৰা আৰক্ষীয়ে তালাচী চলাই ড্ৰাগছসহ (Drugs Seized at Bokajan) এজন সৰবৰাহকাৰীক আটক কৰে (Drug peddler arrested by Lahorijan police) ৷
Khetri Paddy Purchase Centre : ক্ষেত্ৰীৰ ধান ক্ৰয় কেন্দ্ৰত আৰম্ভ ধান ক্ৰয়ৰ কাৰ্যসূচী
ক্ষেত্ৰীৰ ধান ক্ৰয় কেন্দ্ৰ (Khetri Paddy Purchase Centre) ত নুন্যতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয়ৰ কাৰ্যসূচীৰ সোমবাৰে আৰম্ভণি কৰা হয় ৷ এই কেন্দ্ৰটোৰ পৰা ভাৰতীয় খাদ্য নিগমে (Food Corporation of India) কেইবাজনো কৃষকৰ পৰা নিৰ্ধাৰিত মূল্যত ধান ক্ৰয় কৰে ।
Illegal sand mining : বিলাসীপাৰাত অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান বন বিভাগৰ
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বিলাসীপাৰাতো অব্যাহত আছে অবৈধ বালি আৰু মাটিৰ খনন । বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত চৰকাৰী পাহাৰীয়া মাটি, ব্ৰহ্মপুত্ৰ, গৌৰাং নৈ আদিত দিনে-নিশাই চলি আহিছে অবৈধ খনন কাৰ্য (Illegal sand mining at Bilasipara) । কিছুদিন আগত বিলাসীপাৰাৰ মহকুমাধিপতি (Sub-Divisional Officer of Bilasipara) জয় শিৱাণীয়ে এই খনন কাৰ্য চলাই থকা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল বন বিভাগক ৷ এই নিৰ্দেশমৰ্মে শালকোচাৰ বন বিষয়া কালি দাস সিন্হাৰ নেতৃত্বত সোমবাৰে নিশা বনবিভাগে অভিযান চলাই দুখনকৈ মাটি ভৰ্তি ডাম্পাৰ আৰু এখন টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় (Forest department of Bilasipara drive against illegal sand mining) ৷