ETV Bharat / state

বাসুগাঁও কাণ্ডঃ দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত আছুৰ বিক্ষোভ

author img

By

Published : May 21, 2019, 3:12 PM IST

12 মে'ৰ নিশা বাসুগাওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ক'লা ৰং সনা কাৰ্যসূচীত জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাক লৈ আছুৰ বিক্ষোভ প্ৰদৰ্শন ৷ প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ

দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত বাসুগাঁও আছুৰ বিক্ষোভ

চিৰাং, 21 মে': চিৰাঙৰ বাসুগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী৷ বাসুগাঁও আঞ্চলিক আছুৰ শ্বহীদ বেদী আৰু নাম ফলকত কলা ৰং সনা দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদতে সদৌ অসম ছাত্ৰ সন্থাই মঙলবাৰে হাতত লয় বিক্ষোভ কাৰ্যসূচীৰ ৷ উল্লেখ্য যে, 12 মে'ৰ নিশা বাসুগাওঁ আঞ্চলিক সমিতি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ক'লা ৰং সানিছিল কোনো দুৰ্বৃত্তই ৷

দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত বাসুগাঁও আছুৰ বিক্ষোভ

উক্ত ঘটনাৰ পিচতে জিলা প্ৰশাসনে সোধ-পোচৰ বাবে আটক কৰিছিল তিনিজনক । কিন্তু প্ৰশাসনে নিৰৱ ভূমিকা পালন কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ৰ ৷ তেওঁৰ স্পষ্ট মত শ্বহীদৰ আত্মাৰে হেতালি খেলিবলৈ দিয়া নহ'ব । বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে চিৰাং জিলা সূত্ৰধৰ ছাত্ৰ সন্থা, মহিলা সমিতি,এবছু আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ৷

Slug : As_Chg_21st May_801 & 804_Chirang AASU Protest Bikhov_vis & byt_Abdul Maleque Ahmed. 

Viz send by ftp. 

চিৰাং জিলাৰ বাসুগাঁওত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্য্যসুচী। বাসুগাঁও আঞ্চলিক  আছুৰ শ্বহীদ বেদী আৰু নাম ফলকত কলা ৰং সনা দুবৃত্তক প্ৰসাশনে আজিলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰাত এই প্ৰতিবাদ। যোৱা ১২ মেত সংঘটিত হোৱা বাসুগাওঁ আঞ্চলিক সমিতি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ শ্বহীদ বেদী আৰু নাম ফলকত ১২ মে  নিশা দুবৃত্তই কলা ৰং হানিছিল আৰু তেতিয়াই এক হলুস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল, আৰু আজি আকৌ বাসুগাওঁ চহৰ বিভিন্ন  শ্লোগানেৰে আছুৰ ৰ্কমীয়ে আকাশ বতাহ কপাই তোলে দুৰবৃত্তক গ্ৰেপ্তাৰৰ দাবীত । উক্ত ঘটনাৰ পিছত জিলা প্ৰশাসনে তিনিজনক সোধ-পোচৰ বাবে আটক কৰিছিল। দুৰ্ভাগ্যজনক ভাৱে পিছত প্ৰশাসনে নিৰৱ ভুমিকা পালন কৰিছে বুলি অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে। তেওঁৰ স্পষ্ট মত শ্বহিদৰ আত্মাৰে হেতালি খেলিবলৈ দিয়া নহব। তেওঁ লগতে কয় আমি প্ৰশাসনক ৪৮ ঘণ্টা সময়সীমা বান্ধি দিছিলো কিন্তু আজি ৮ দিন অতিক্ৰমৰ কৰাৰ পিছত আজিলৈকে জিলা প্ৰশাসনে দোষীক কৰায়ত্ত কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যদিহে প্ৰশাসনে দোষীক দুদিনৰ ভিতৰত কৰায়ত্ত কৰিব নোৱাৰে তেন্তে ইয়াতকৈ জংগী আন্দোলনৰ হুংকাৰ দিয়ে। আনহাতে চিৰাং জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক মণিৰাম ৰায়ে কয় সৰ্ম্পুণৰূপে আৰক্ষী প্ৰশাসনে দোষীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে। আজিৰ বিক্ষোভ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে ক্ৰমে চিৰাং জিলা সুত্ৰধৰ ছাত্ৰ সন্থা, মহিলা সমিতি,এবছু আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

বাইট : দুটা দিলো । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.