ETV Bharat / state

চিৰাঙত বিশ্ব যক্ষ্মা দিৱস উদযাপন

author img

By

Published : Mar 24, 2019, 8:03 PM IST

গাঁৱে-ভূঞে যক্ষ্মা ৰোগী সকলক সজাগ কৰি চৰকাৰী ভাৱে চিকিৎসা প্ৰদান কৰি যক্ষ্মা মুক্ত দেশ গঢ়া লক্ষ্যৰে যক্ষ্মা ফ'ৰামে যক্ষ্মা দিৱস উদযাপন কৰে

চিৰাং জে এচ বি চিকিৎসালয়ত যক্ষ্মা দিৱস উদযাপন

চিৰাং, ২৪ মাৰ্চঃ চিৰাঙৰ কাজলগাঁও স্থিত জে এচ বি অসামৰিক চিকিৎসালয়ত জিলা যক্ষ্মা ফ'ৰামৰ (আৰ এন টি চি) উদ্যোগতবিশ্ব যক্ষ্মা দিৱস উদযাপন । জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে যক্ষ্মা দিৱসৰ কাৰ্যসূচী ।

যক্ষ্মা দিৱসৰ লগত সংগতি ৰাখি বিশাল সজাগতা শোভাযাত্ৰাৰ আয়োজন কৰেউদযাপন সমিতিয়ে। সজাগতা শোভাযাত্ৰাত জিলাখনৰ বিলাসপুৰ মানছুৰীয়া হাই মাদ্ৰাছাৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী, আশা কৰ্মী, ৰাষ্ট্ৰীয় স্বাস্থ‍্য মিছনৰ কৰ্মকৰ্তা, বিভিন্ন বেচৰকাৰী সংস্থা, সেচ্চাসেৱী সংগঠনৰ কৰ্মকৰ্তাই অংশগ্ৰহণকৰে । শোভাযাত্ৰাৰ অন্তত জে এচ বি অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ সভাপতিত্বত এক সজাগতা সভা অনুষ্ঠিত হয় । গাঁৱে-ভূঞেযক্ষ্মা ৰোগী সকলক সজাগ কৰি চৰকাৰী ভাৱে চিকিৎসা প্ৰদান কৰি যক্ষ্মা মুক্ত দেশ গঢ়া লক্ষ্যৰে যক্ষ্মা ফ'ৰামেযক্ষ্মা দিৱস উদযাপন কৰে । লগতে সভাত যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ সেৱাৰ বাবে পাঁচজন লোকক সম্বৰ্ধনা জনাইফ'ৰামটোৱে।

Intro:চিৰাং জিলাত বিশ্ব যক্ষ্মা দিৱস উদযাপন। জিলা সদৰ কাজলগাঁও স্থিত জে এচ বি অসামৰিক চিকিৎসালয়ত জিলা যক্ষ্মা ফৰামৰ(আৰ এন টি চি) উদ‍্যোগত উদযাপন কৰে এই দিৱস। বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ৰাতিপুৱা দহ বজাত জে এচ বি অসামৰিক চিকিৎসালয়ৰ পৰা ওলিয়ায় এক সজাগতা সোভাযাত্ৰা। চিৰাং জিলা স্বাস্থ‍্য বিভাগৰ যুটীয়া স্বাস্থ‍্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰী য়ে পতকা জোকাৰি শুভাৰম্ভ কৰা এই সজাগতা সোভাযাত্ৰাত জিলাখনৰ বিলাসপুৰ মানছুৰীয়া হাই মাদ্ৰাছাৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী, জিলাখনৰ আশা কৰ্মিসকল, জিলা খনৰ ৰাষ্ট্ৰীয় স্বাস্থ‍্য মিছনৰ কৰ্মকৰ্তা,জিলা স্বাস্থ‍্য বিভাগৰ কৰ্মকৰ্তা, জিলাখনৰ বিভিন্ন বেচৰকাৰী সংস্থা,সেচ্চাসেৱী সংগঠনৰ কৰ্মকৰ্তাই এই সোভাযাত্ৰাত অংশগ্ৰহন কৰে । সোভাযাত্ৰাৰ অন্তত জে এচ বি অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ সভাপতিত্বত এক সজাগতা সভা অনুষ্ঠিত হয় । জিলা যক্ষ্মা ফৰামৰ বিষয়া ডা° কুমুদ ডেকাই উদ্ধধনি ভাষন দিয়ে তাৰ পিচতে জিলা যুটীয়া স্বাস্থ‍্য বিষয়া ডা° দিগেন্দ্ৰ ৰামচিয়াৰী, চিৰাং জিলা সদৰ চিকিৎসালয় সমূহৰ অধ‍্যক্ষ ডা° ৰঞ্জিত মৌপিয়া, জে এচ বি অসামৰিক চিকিৎসালয়ৰ অধ‍্যক্ষ ডা° মহজ দাস,ডা° কুমুদ ডেকা,জিলা ৰাষ্ট্ৰ্ৰীয় স্বাস্থ‍্য মিছনৰ মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদ সহ কেবাজনো লোকে ভাষন দিয়ে । এইবছৰৰ বিশ্ব যক্ষা দিৱসৰ শ্লোগান আছিল "এয়াই সময় যক্ষ্মা নিবাৰনৰ"(it is time to end TB) এই শ্লোগান লৈ জিলাখনৰ গাঁৱে-ভূয়ে চিনাক্ত নোহোৱা যক্ষ্মা ৰোগী সকলক সজাগ কৰি চৰকাৰী ভাৱে চিকিৎসা প্ৰদান কৰি যক্ষ্মা মুক্ত দেশ গঢ়া । এইখিনিতে কব লাগিব যে জিলাখনত যোৱখ ২০১৮ চনত ২৫৫৭ জন ৰোগী পৰিক্ষা কৰি ৩৪৩ জন ৰোগী চিনাক্ত কৰি চিকিৎসাৰ ব‍্যৱস্থা কৰা হয় আৰু ইয়াৰ লগতে ছালৰ তথা এক্সৰে যোগে নিৰ্নায় কৰা সৰ্বমুঠ ৬০২ জন যক্ষ্মা ৰোগী চিৰাঙত চিনাক্ত কৰি চিকিৎসাৰ ব‍্যৱস্থা কৰা হৈছে । সভাত যক্ষ্মা নিৰ্মুলৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ সেৱাৰ বাবে পাঁচজন লোকক সম্বৰ্ধনা জনোৱা হয়। তেওঁ লোক ক্ৰমে কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ড° পি এন পাটিল,বিজনী ভেটাগাঁওৰ লেবৰেটৰীৰ কৰ্মি শংকৰপদ চ‍্যাটাৰ্জি,বল্লামগুৰি প্ৰাথমিক স্বাস্থ‍্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট দ্বিপক ৰাজবংশী,ভাৰত-ভুটান সীমান্তৰ শান্তিপুৰত যক্ষ্মা সজাগতাত বিশেষভাৱে জড়িত গনেশ বড়ো আৰু কাজলগাঁওৰ পুৰ্ব্বৰ যক্ষ্মা ৰোগী ৰাজেস ছেত্ৰী নিজে চৰকাৰী ঔষধেৰে যক্ষ্মা মুক্ত হোৱাৰ পিচত বিশেষভাৱে সজাগতা কৰিছিল । এই পাঁচজন লোকক চিৰাং জিলা যক্ষ্মা ফৰামে ট্ৰফি,আৰোনাই আৰু প্ৰশস্থিপত্ৰৰে সম্বৰ্ধনা জনায় । সভাত জিলা যক্ষ্মা ফৰামৰ সদস‍্য আব্দুল মালেক আহমেদ, জিলাখনৰ বেচৰকাৰী সংস্থা দিসাৰ সভাপতি সহ সদস‍্য সকল,বিলাসপুৰ মানছুৰীয়া হাই মাদ্ৰাছাৰ শিক্ষকদ্বয় ক্ৰমে শ্বহিদ আলী আহমেদ আৰু আজাহাৰ আলী আহমেদ উপস্থিত থাকে ।

বাইট : ডা° দিগেন্দ্ৰ ৰামচিয়াৰী,চিৰাং জিলা যুটীয়া স্বাস্থ‍্য বিষয়া ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : ডা° দিগেন্দ্ৰ ৰামচিয়াৰী,চিৰাং জিলা যুটীয়া স্বাস্থ‍্য বিষয়া ।

Conclusion:সভাত জিলা যক্ষ্মা ফৰামৰ সদস‍্য আব্দুল মালেক আহমেদ, জিলাখনৰ বেচৰকাৰী সংস্থা দিসাৰ সভাপতি সহ সদস‍্য সকল,বিলাসপুৰ মানছুৰীয়া হাই মাদ্ৰাছাৰ শিক্ষকদ্বয় ক্ৰমে শ্বহিদ আলী আহমেদ আৰু আজাহাৰ আলী আহমেদ উপস্থিত থাকে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.