ETV Bharat / state

বঙাইগাঁৱৰ যোগীৰ ঢাপ শিৱ মন্দিৰত উদযাপন মহাশিৱৰাত্ৰি

বঙাইগাঁৱৰ কাকৈজানাত থকা ঐতিহাসিক যোগীৰ ঢাপত থকা শিৱ মন্দিৰত মহাশিৱৰাত্ৰি উদযাপন ৷

বঙাইগাঁও
বঙাইগাঁৱৰ যোগীৰ ঢাপ শিৱ মন্দিৰত উদযাপন মহাশিৱৰাত্ৰি
author img

By

Published : Feb 22, 2020, 4:16 AM IST

চিৰাং, 21 ফেব্ৰুৱাৰীঃ লোকে-লোকাৰণ্য বঙাইগাঁৱৰ ঐতিহাসিক যোগীৰ ঢাপ শিৱ মন্দিৰ । মহাশিৱৰাত্ৰি উপলক্ষে লোকে-লোকাৰণ্য হৈ পৰিছে যোগীৰ ঢাপ শিৱ মন্দিৰ ৷ বঙাইগাঁৱৰ কাকৈজানাত থকা ঐতিহাসিক যোগীৰ ঢাপত থকা শিৱ মন্দিৰত পুৱাৰ পৰাই ভক্তৰ লানি নিচিগা সোঁত ৷ প্ৰায় ৮০ বছৰ পুৰণি এই মন্দিৰটোত পৰম্পৰা অনুসৰি শিৱ-পাৰ্বতী মূৰ্তি অনাৰ পিছত পৰম্পৰাগতভাৱে আদৰি নিয়ে মহিলাসকলে ৷ তাৰ পিছতে সম্পূৰ্ণ ৰীতিনিতীৰে মূৰ্তি স্থাপন কৰে ভক্তসকলে ৷

বঙাইগাঁৱৰ যোগীৰ ঢাপ শিৱ মন্দিৰত উদযাপন মহাশিৱৰাত্ৰি

আৰু পঢ়কঃ UPPLত যোগদান প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.