ETV Bharat / state

বঙাইগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন

দুৰ্ঘটনাত নিহত  যোগিঘোপা বালাপাৰাৰ বাসিন্দা আব্দুছ ছালাম(৩২) নামৰ ব্যক্তিজন ৷

author img

By

Published : Mar 21, 2019, 9:38 AM IST

চিৰাঙত পথ দুৰ্ঘটনা

চিৰাং, 20 মাৰ্চঃ বঙাইগাঁৱৰ টুলুঙীয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত যোগিঘোপা বালাপাৰাৰ বাসিন্দা আব্দুছ ছালাম(৩২) নামৰ ব্যক্তিজন ৷

চিৰাঙত পথ দুৰ্ঘটনা
ঘটনাৰ বিবৰণী অনুসৰি,আব্দুছ ছালাম নামৰ ব্যক্তিজনে AS-১৯-A-০৭২৫ নম্বৰৰ মটৰ চাইকেলেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি থকা অৱস্থাত AS-26-C-৫১৯১ নম্বৰৰ ব'লেৰো পিক আপ ভান খনে পাচফালৰ পৰা খুন্দা মাৰে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় আব্দুছ ছালাম ৷ ব্যক্তিজনক ততাতৈয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত বুলি ঘোষণা কৰে চিকিৎসকে৷ আনহাতে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ব'লেৰো পিক আপ ভানখন জব্দ কৰে বুলি জানিবলৈ দিয়ে ৷

road accident at chirang, one dide

road accident, chirang, one dide,বঙাইগাঁও,  নিহত 1, পথ দুৰ্ঘটনা, 

বঙাইগাঁও পথ দুৰ্ঘটনা, নিহত 1

body: চিৰাং, 20 মাৰ্চঃ বঙাইগাঁওৰ টুলুঙীয়াত শোকাৱহ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত  যোগিঘোপা বালাপাৰাৰ বাসিন্দা আব্দুছ ছালাম(৩২) নামৰ ব্যক্তিজন৷ ঘটনাৰ বিবৰণী অনুসৰি,আব্দুছ ছালাম নামৰ ব্যক্তিজনে AS-১৯-A-০৭২৫ নম্বৰৰ মটৰ চাইকেলেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি থকা অৱস্থাত AS-26-C-৫১৯১ নম্বৰৰ ব'লেৰো পিক আপ ভান খনে পাচফালৰ পৰা খুন্দা মাৰে৷যাৰ ফলত গুৰুতৰভাৱে আহত হয় আব্দুছ ছালাম৷ ব্যক্তিজনক ততাতৈয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত বুলি ঘোষণা কৰে চিকিৎসকে৷ আনহাতে, ঘটনাস্থলীৰ পৰা  আৰক্ষীয়ে ব'লেৰো পিক আপ ভানখন জব্দ কৰে বুলি জানিবলৈ দিয়ে৷ 

abdul malek ahmed
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.