ETV Bharat / state

চিৰাঙৰ চিকিৎসালয়ত বিটিচিৰ প্ৰমোদ বড়োৰ আকস্মিক পৰিদৰ্শন - চিকিৎসালয়ৰ শিশু বিভাগ

চিৰাঙৰ চিকিৎসালয়ত চাডেন ভিজিট বিটিচিৰ নৱ নিৰ্বাচিত মুখ‍্য কাৰ্যবাহী প্ৰমোদ বড়োৰ । চিকিৎসালয়ত সকলো থকাৰ পিচতো চিকিৎসক কৰ্মচাৰীৰ অৱহেলাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

চিৰাঙৰ চিকিৎসালয়ত বিটিচিৰ প্ৰমোদ বড়োৰ ছাডেন ভিজিট

author img

By

Published : Dec 20, 2020, 3:02 PM IST

Updated : Dec 20, 2020, 3:31 PM IST

চিৰাঙ,20 ডিচেম্বৰ : চিৰাঙত হঠাৎ উপস্থিত হ’ল বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো । জিলা সদৰৰ জে এচ বি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে বড়োৱে । চিকিৎসালয়ৰ শিশু বিভাগৰ আই চি ইউৰ কোঠাৰ তলা ভাঙি পৰিদৰ্শন প্ৰমোদ বড়োৰ । দেওবাৰ হোৱা বাবে চিকিৎসালয়ৰ অধ্যক্ষকে আদি কৰি বহু চিকিৎসক তথা কৰ্মচাৰী অনুপস্থিত চিকিৎসালয়ত ।

চিৰাঙৰ চিকিৎসালয়ত বিটিচিৰ প্ৰমোদ বড়োৰ আকস্মিক পৰিদৰ্শন

প্ৰমোদ বড়োৱে নিৰ্দেশ দিয়ে যে, আগতে যি হৈছে এতিয়া এইবোৰ নচলিব, ভাল দৰে কাম কৰিব লাগিব । স্বাস্থ্য আৰু শিক্ষা বিভাগত অধিক গুৰুত্ব প্ৰদান প্ৰমোদ বড়োৰ । সকলো বিভাগতে চলিব চাডেন ভিজিট । কোনো ধৰণৰ খাম খেয়ালি মানি লোৱা নহ’ব বুলি সকিয়নি প্ৰমোদ বড়োৰ । নৱ নিযুক্ত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেঙ্গা)ও এই চাডেন ভিজিটত উপস্থিত থাকে প্ৰমোদ বড়োৰ সৈতে ।

চিৰাঙৰ চিকিৎসালয়ত বিটিচিৰ প্ৰমোদ বড়োৰ ছাডেন ভিজিট
চিৰাঙৰ চিকিৎসালয়ত বিটিচিৰ প্ৰমোদ বড়োৰ ছাডেন ভিজিট
বিটিচিৰ সকলো বিভাগতে চলিব নতুন পৰিষদৰ চাডেন ভিজিট । কাকো ৰেহাই দিয়া নহ’ব বুলি জনায় প্ৰমোদ বড়োৱে । কোকৰাঝাৰ আৰু চিৰাং জিলাৰ চিকিৎসালয়ত যি চাডেন ভিজিট হ’ল এয়া ইয়াতেই সামৰণি নহয়, আৰম্ভণিহে বুলিও জনায় কাৰ্যবাহী সদস‍্য ৰঞ্জিত বসুমতাৰীয়ে ।

লগতে পঢ়কঃ অজন্তা নেওগৰ বিজেপি লৈ গমনৰ খবৰৰ পাচতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট

Last Updated : Dec 20, 2020, 3:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.