ETV Bharat / state

প্ৰৱৰ্তন কৰা হ’ব নতুন শিক্ষানীতিঃ খাম্পা বৰগয়াৰী - টিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী

চিৰাঙত জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে ৷ অনুষ্ঠানত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ বিষয়েও অৱগত কৰে ।

প্ৰৱৰ্তন কৰা হ’ব নতুন শিক্ষানীতিঃ খাম্পা বৰগয়াৰী
author img

By

Published : Nov 13, 2019, 10:19 PM IST

চিৰাং, 13 নৱেম্বৰঃ চিৰাঙত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়স্থিত নতুনকৈ স্থাপন হ'ব লগা দুটাকৈ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে ৷ এই অনুষ্ঠানত বৰগয়াৰীয়ে কয় যে, চিৰাং জিলাৰ বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীতকৈ শিক্ষকৰ সংখ্যা অধিক গতিকে কম দিনৰ ভিতৰত যদি এইসমূহ সমস্যাৰ সমাধান নহয় তেন্তে সেইসমূহ বিদ্যালয় বন্ধ কৰা হ’ব । তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ বিষয়েও অৱগত কৰে ।

প্ৰৱৰ্তন কৰা হ’ব নতুন শিক্ষানীতিঃ খাম্পা বৰগয়াৰী

ইয়োৰোপৰি আগন্তুক 2020 চনৰ পৰা মেট্ৰিক পৰীক্ষাৰ অন্ত পৰিব বুলি উল্লেখ কৰি শিক্ষাৰ ক্ষেত্ৰত হ’ব পৰা বহু সাল-সলনিৰ কথাও অৱগত কৰে বৰগয়াৰীয়ে । লগতে মাতৃভাষা মাধ্যম সন্দৰ্ভত কয় যে, এতিয়া বহিঃ বিশ্বৰ সৈতে ফেৰ মাৰিবলৈ মাতৃভাষাৰ মাধ্যম অষ্টম শ্ৰেণীতে সমাপ্ত কৰি ইংৰাজীত পাঠ্যক্ৰমসমূহ দিয়াৰ কথাও চিন্তা-চৰ্চা কৰা হৈছে।

আৰু পঢ়কঃ জোঁৱায়েকৰ আক্ৰমণত নিহত শাহুৱেকঃ উত্তপ্ত কুমাৰীকাটা থানা চৌহদ

Intro:চিৰাঙত জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা বিদ্যালয় সমুহৰ পৰিদৰ্ষকৰ কাৰ্য্যালয়ৰ আধাৰশীলা স্থাপন ।

Body: চিৰাঙত বিদ্যালয়সমুহৰ পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াৰ নতুন কাৰ্যালয়ৰ আধাৰশিলা স্থাপন- বিটিচিৰ উপ-মূখ্য কাৰ্যৱাহী সদস্য খাম্পা বৰগয়াৰীয়ে। চিৰাং জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়স্থিত নতুনকৈ স্থাপন হব লগা দুখনকৈ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ উপ-মূখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে।আধাৰশীলা স্থাপন কৰি বৰগয়াৰীয়ে কয় যে চিৰাং জিলাৰ বহু বিদ্যালয়ত ছাত্ৰত কৈ শিক্ষকৰ সংখ্যা অধিক গতিকে কম দিনৰ ভিতৰত যদি এই সমুহ সমস্যাৰ সমাধান নহয় তেন্তে সেই সমুহ বিদ্যালয় বন্ধ কৰা হব । তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতি গ্ৰহন কৰিবলৈ লোৱাৰ কথাও জনায় । আগন্তক ২০২০ৰ পৰা নহব মেট্ৰিক পৰিক্ষা । শিক্ষাৰ ক্ষেত্ৰত হব পৰা বহু সাল সলনিৰ কথাও জনায় বৰগয়াৰীয়ে । মাতৃভাষা মাধ্যম সন্দৰ্ভত কয় যে এতিয়া বহি বিশ্বৰ সৈতে ফেৰ মাৰিবলৈ মাতৃ ভাষাৰ মাধ্যম অষ্টম মানতে সমাপ্ত কৰি ইংৰাজীত পাঠ্যক্ৰম সমুহ দিয়াৰ জথাও জনায় ।

বাইট : খাম্পা বৰগয়াৰী ।

Conclusion:চিৰাঙৰ নতুন শিক্ষা বিষয়াৰ কাৰ্যালয়খন তিনি ঘণ্টা পলমকৈ আহি স্থাপন কৰিলে হাগ্ৰামাৰ অনুপস্থিতিত খাম্পা বৰগয়াৰীয়ে কৰিলে আধাৰশিলাৰ স্থাপন। পূৰ্বতে বেলেগ বলেগ স্থানত আছিল যদিওঁ এতিয়া শিক্ষাৰ প্ৰতি লক্ষ্যৰাখি একেখন স্থানতে দুয়োখন কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত লয় বিটিচি কতৃপক্ষই।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.