ETV Bharat / state

অভয়াপুৰীৰ ধৰ্মপুৰত নাম-প্ৰসংগ চৰ্চা কণমাণি ছাত্ৰীৰ

author img

By

Published : May 20, 2020, 6:30 PM IST

বৰ অসমৰ স্ৰষ্টা জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ বিৰচিত এই নাম-প্ৰসংগ শিকি মহাপুৰুষ দুজনাক ওচৰৰ পৰা জনাৰ প্ৰয়াস কৰিছে এইসকল কণমাণিয়ে ৷

Nam prasasng by a group of little girl at Dharmapur
অভয়াপুৰীৰ ধৰ্মপুৰত নাম-প্ৰসংগ চৰ্চা কণমাণি ছাত্ৰীৰ

বঙাইগাঁও, 20 মে': দেশদুৰি বাহাল থকা লক ডাউনৰ বাবে বৰ্তমান গৃহবন্দী হৈ পৰিছে সকলো লোক ৷ বিদ্যালয়-মহাবিদ্যালয় বন্ধ হৈ পৰাত বিগত প্ৰায় 2 মান ধৰি একপ্ৰকাৰে গৃহবন্দী হৈ ছাত্ৰ ছাত্ৰী সকল ৷ লক ডাউনৰ এই সময়ছোৱা সৎপ্ৰয়োগ কৰাৰ উদ্দেশ্যেৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ধৰ্মপুৰৰ একাংশ কণমাণি ছাত্ৰীয়ে লক ডাউনৰ সকলো নীতি নিয়ম পালন কৰি নিতৌ আবেলি শিকিছে নাম-প্ৰসংগ ৷ বৰ অসমৰ স্ৰষ্টা জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ বিৰচিত এই নাম-প্ৰসংগ শিকি মহাপুৰুষ দুজনাক ওচৰৰ পৰা জনাৰ প্ৰয়াস কৰিছে এইসকল কণমাণিয়ে ৷

লক ডাউনৰ সময়ছোৱাত ইন্টাৰনেট তথা মোবাইলৰ মাজতে দেশ তথা ৰাজ্যৰ একাংশ ছাত্ৰ ছাত্ৰী ব্যস্ত থকাৰ সময়তে অভয়াপুৰী ধৰ্মপুৰৰ এইসকল কণমাণিয়ে দেখুৱাইছে আশাৰ বতৰা ৷ হয়তো বহুতৰ বাবে আদৰ্শ হ’ব পাৰে এই কণমাণিসকল ৷

লগতে পঢ়কঃ ৰাজ্যৰ অভয়াৰণ্যৰ প্ৰতি ভাবুকিঃ কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদ তিনিচুকীয়াত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.