ETV Bharat / state

চিৰাঙত উলংগ অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত হত্যাকাণ্ড ৷ জংঘলত উদ্ধাৰ 21 বছৰীয়া যুৱতীৰ উলংগ মৃতদেহ ৷ যুৱতীৰ আইতাককো আক্ৰমণ দুৰ্বৃত্তৰ ৷ হত্যাকাণ্ডত জড়িত দুগৰাকীক আটক আৰক্ষীৰ ৷ অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

দেউশ্ৰিত উদ্ধাৰ যুৱতীৰ উলংগ মৃতদেহ
author img

By

Published : Apr 29, 2019, 2:57 PM IST

চিৰাং, 29 এপ্ৰিল : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শান্তিপুৰ দেউশ্ৰিৰ 2নং আশ্ৰাবাৰী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড । গাঁওখনৰ জংঘলত উদ্ধাৰ 21 বছৰীয়া যুৱতীৰ উলংগ মৃতদেহ । মৃতদেহটোত খুকুৰীৰে কৰা আঘাতৰ চিন স্পষ্ট ৷ নিহত যুৱতীগৰাকীৰ আইতাককো খুকুৰীৰে আক্ৰমণ কৰে দুৰ্বৃত্তই ৷ সংকটজনক অৱস্থাত বঙাইগাঁৱৰ নাৰ্ছিং হোমত চিকিৎসাধীন মহিলাগৰাকী । হত্যাকাণ্ডত জড়িত কিসান মুৰ্মু (২৬) আৰু সোম হেমব্ৰম (২৫)ক স্থানীয় লোকে কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক ৷ অবৈধ সম্পৰ্কৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

দেউশ্ৰিত উদ্ধাৰ যুৱতীৰ উলংগ মৃতদেহ

দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

ইপিনে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে দুয়োগৰাকী অভিযুক্তই ৷

Intro:চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা থানাৰ অন্তৰ্গত শান্তিপুৰ দেউশ্ৰিৰ ২নং আশ্ৰাবাৰী গাঁওত লোমহৰ্ষক হত‍্যাকাণ্ড । গাঁওখনৰ জংগলত উদ্ধাৰ ২১ বছৰীয়া যুৱতীৰ উলংগ মৃতদেহ । মৃতদেহত খুকুৰীৰে কৰা বহুকেইটা আঘাতৰ চিন। (নিহত যুৱতি গৰাকি পিংকি বেছেৰা ২১ বুলি চিনাক্ত) নিহত যুৱতিৰ আইতাক মালতি বেছেৰা (৫৫)কো আক্ৰমন খুকুৰীৰে । সংকটজনক অৱস্থাত বঙাইগাঁওৰ নাৰ্ছিং হোমত চিকিৎসাধীন মহিলাগৰাকি । দুয়োটা ঘটনা অবৈধ প্ৰেমৰ পৰিনতিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ । হত‍্যাকাণ্ডত জড়িত কিসান মুৰ্মু (২৬) আৰু সোম হেমব্ৰম (২৫) বুলি চিনাক্ত কৰি স্থানীয় লোকে কৰায়ত্ব কৰি আৰক্ষিক গতাই দিয়ে । হত‍্যাকাৰী দুজনে স্বিকাৰ কৰিছে হত‍্যা কৰা বুলি । দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । দণ্ডাধিশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰন কৰিছে আৰক্ষীয়ে।

বাইট : বেদান্ত প্ৰকাশ বৰকাকতি, জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক ।
লগতে দুজন স্থানীয় লোকৰ বাইট দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বাইট : বেদান্ত প্ৰকাশ বৰকাকতি, জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক ।
লগতে দুজন স্থানীয় লোকৰ বাইট দিলো ।

Conclusion:দুয়োটা ঘটনা অবৈধ প্ৰেমৰ পৰিনতিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ । হত‍্যাকাণ্ডত জড়িত কিসান মুৰ্মু (২৬) আৰু সোম হেমব্ৰম (২৫) বুলি চিনাক্ত কৰি স্থানীয় লোকে কৰায়ত্ব কৰি আৰক্ষিক গতাই দিয়ে । হত‍্যাকাৰী দুজনে স্বিকাৰ কৰিছে হত‍্যা কৰা বুলি । দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । দণ্ডাধিশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰন কৰিছে আৰক্ষীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.