চিৰাং, 11 চেপ্তেম্বৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ নিউ বঙাইগাঁও ৰে'লৱে ওৱৰ্কশ্বপ ভ্ৰমণ । অমস তথা উত্তৰ পূৰ্ব্বাঞ্চল ৰে'ল বিভাগৰ এক মাত্ৰ দবা নিৰ্মাণ কাৰখানা ভ্ৰমণ কৰি শ্ৰমিক-কৰ্মচাৰী সন্থাৰ সৈতে আলোচনাত মিলিত হয় সাংসদজন । কাৰখানাৰ ভিতৰত ভ্ৰমণ কৰি পৰিস্থিতিৰ লগতে বিভিন্ন অভাৱ অভিযোগৰ বিষয়ে বুজ লৈ সংসদত উত্থাপন কৰাৰ আশ্বাস দিয়ে সাংসদ গৰাকীয়ে ।
নিউ বঙাইগাঁৱৰ ৰে'ল কাৰখানা ভ্ৰমণ নৱ শৰণীয়াৰ - নিউবঙাই গাঁৱৰ ৰে'লৰ দবা মেৰামতি কাৰখানা
নিউবঙাই গাঁৱৰ ৰে'লৰ দবা মেৰামতি কাৰখানা ভ্ৰমণ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ । ৰে'লৱে কাৰখানাটোৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে সংসদত উত্থাপনৰ আশ্বাস সাংসদ গৰাকীৰ ।
নিউ বঙাইগাঁৱৰ ৰে'ল কাৰখানা ভ্ৰমণ নৱ শৰণীয়াৰ
চিৰাং, 11 চেপ্তেম্বৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ নিউ বঙাইগাঁও ৰে'লৱে ওৱৰ্কশ্বপ ভ্ৰমণ । অমস তথা উত্তৰ পূৰ্ব্বাঞ্চল ৰে'ল বিভাগৰ এক মাত্ৰ দবা নিৰ্মাণ কাৰখানা ভ্ৰমণ কৰি শ্ৰমিক-কৰ্মচাৰী সন্থাৰ সৈতে আলোচনাত মিলিত হয় সাংসদজন । কাৰখানাৰ ভিতৰত ভ্ৰমণ কৰি পৰিস্থিতিৰ লগতে বিভিন্ন অভাৱ অভিযোগৰ বিষয়ে বুজ লৈ সংসদত উত্থাপন কৰাৰ আশ্বাস দিয়ে সাংসদ গৰাকীয়ে ।
Intro:নিউবঙাইগাঁওৰ ৰেলৰ দবা মেৰামতি কাৰখানা ভ্ৰমন কোকৰাঝাৰ লোকসভা সমষ্টীৰ সাংসদ নৱ শৰনীয়াৰ । ৰেলৱে কাৰখানাটোৰ বিভিন্ন অভাৱ অভিযোগ সম্পৰ্কে সংসদত উত্থাপনৰ আস্বাস ।
Body:আজি কোকৰাঝাৰ লোকসভা সমষ্টীৰ সাংসদ নৱ শৰনীয়াৰ নিউ বঙাইগাঁও ৰেলৱে ওৱাৰ্কশ্বপ ভ্ৰমন । অমস তথা উত্তৰ পুৰ্ব্বাঞ্চল ৰেল বিভাগৰ এক মাত্ৰ দবা নিৰ্মান কাৰখানা ভ্ৰমন কৰি ইয়াৰ শ্ৰমিক-কৰ্মচাৰী সন্থাৰ সৈতে আলোচনাত মিলুত হয় সাংসদজন । তেঁও কাৰখানাৰ ভিতৰত ভ্ৰমন কৰি পৰিস্থিতিৰ লগতে বিভিন্ন অভাৱ অভিযোগ তথা কাৰখানা ধ্বংশৰ চক্ৰান্তৰে চুৰিকাণ্ডত নিৰাপত্তা বাহিনীৰ হাত উজান দিয়া আদি ক্ষেত্ৰত গুৰুত্বপুৰ্ণ ভাৱে পৰিদৰ্শন কৰে । সাংসদ জনে কয় যে এয়া অতিকে গুৰুত্বপূৰ্ণ এটা উদ্যোগ । ইয়াক আমি যিকোনো প্ৰকাৰে জীয়াই ৰাখিব লাগিব আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে । ইয়াত স্থানীয় বহু লোক কৰ্মসংস্থান লাভ কৰিছে । গতিকে ইয়াৰ বিভিন্ন দিশ চালি জাৰি চাই অভাৱ অভিযোগ সমুহ সংসদত উত্থাপন কৰাৰ আস্বাস প্ৰদান কৰে ।
বাইট : নৱ কুমাৰ শৰনীয়া,সাংসদ কোকৰাঝাৰ লোক সভা সমষ্টী ।
Conclusion:নিউ বঙাইগাঁওৰ ৰেলৱে ওৱাৰ্কশ্বপ যত ৰেলৰ দবা নিৰ্মান বা মেৰামতি কৰা হয় । ইয়াত ৰেল বিভাগৰ হাতলৰ একাংশ শীৰ্ষ বিষয়া তথা কৰ্মচাৰী আৰু নিৰাপত্তা ৰখীৰ হেমাহি বা ষৰযন্ত্ৰৰ ফলত ব্যাপক হাৰত চুৰি কাণ্ড সংঘটিত হৈ আছে । বহি:ৰাজ্যৰ বিষয়া সকলে ষৰযন্ত্ৰমুলক ভাৱে অসমৰ পৰা এই কাৰখানাটো স্থানান্তৰৰ চেষ্টা কৰি আছে । এই যাৱতীয় বিষয়ৰ সমুহৰ প্ৰতি নজৰ দিয়াৰ আস্বাশ দিয়ে সাংসদ জনে ।
বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।