ETV Bharat / state

পাকিস্তানৰ পৰাহে অসমলৈ অবৈধ নাগৰিক আহিছিলঃ হীৰা শৰণীয়া

author img

By

Published : Sep 11, 2019, 9:34 PM IST

সাংসদ গৰকীয়ে কয়, NRCক লৈ বহুতে ৰাজনীতি কৰি আছে আছু-অগপ নেতৃত্বই অসম চুক্তিৰ সময়তে ভুল কৰিছল

পাকিস্তানৰ পৰাহে অসমলৈ অবৈধ নাগৰিক আহিছিল

চিৰাং, 11 চেপ্তেম্বৰঃ বাংলাদেশৰ পৰা অসমত বিদেশী অধিক হাৰত অহা নাই,পশ্চিম পাকিস্তানৰ পৰাহে অসমলৈ অবৈধ নাগৰিক আহিছিল। এই মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰনীয়াৰ ৷ বুধবাৰে চিৰাঙৰ বানপীড়িত এলেকা ভ্ৰমণৰ পাচত NRC সন্দৰ্ভত এনেদৰে মন্তব্য কৰে সাংসদ গৰাকীয়ে। লগতে সাংসদ গৰাকীয়ে কয় যে, NRCক লৈ বহুতে ৰাজনীতি কৰি আছে, আছু-অগপ নেতৃত্বই অসম চুক্তিৰ সময়তে ভুল কৰিছল । কাৰণ অসমত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিচত অসমত বিদেশী সিমান অহা নাই বৰঞ্চ তাৰ আগত পশ্চিম পাকিস্তানৰ পৰাহে অসমলৈ অধিকাংশ বিদেশী আহিছে। আজিৰ দিনত অসমত দুই লাখতকৈ অধিক বাংলাদেশী নোলাব বুলিও কয় সাংসদজনে । NRCত প্ৰায় প্ৰতিটো পৰিয়ালৰে দুই,এজনৰ নাম বাদ পৰিছে । সেই সমূহ ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে।

Intro:কোকৰাঝাৰ লোকসভা সমষ্টীৰ সাংসদ নৱ শৰনীয়াৰ এন আৰ চি সন্দৰ্ভত মন্তব্য । বাংলাদেশৰ পৰা অসমত বিদেশী অধিক হাৰত অহা নাই,পশ্চিম পাকিস্থানৰ পৰাহে অসমত বাংলাদেশী আহিছিল ।।

Body:আজি চিৰাং জিলাৰ বানপিড়িত এলেকা ভ্ৰমনৰ পিচত বঙাইগাঁও জিলাৰ ৰেলৱে ৱাৰ্কশ্বপ ভ্ৰমন কৰি সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত এন আৰ চি সন্দৰ্ভত কয় যে__এই এন আৰ চি লৈ বহুতে ৰাজনীতি কৰি আছে । আচলতে আছু-অগপ নেতৃত্বই অসম চুক্তিৰ সময়তে ভূল কৰিছল । কাৰন অসমত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিচত অসমৰ বিদেশী সিমান অহা নাই বৰঞ্চ তাৰ আগত পশ্চিম পাকিস্থানৰ পৰাহে অসমত অধিকাংশ বিদেশী আহিছে । মুঠ কথা হল যে এন আৰ চিত প্ৰায়ৰ প্ৰতিটো পৰিয়ালৰে দুই/এজনৰ নাম বাদ পৰিছে । গতিকে সেই সমুহ নাম অন্তৰ্ভূক্ত কৰিব লাগে । আজিৰ দিনত অসমত দুই লাখতকৈ অধিক বাংলাদেশী নোলাব বুলিও কয় সাংসদজনে । মুঠতে অসমৰ জনসাধাৰনে এন আৰ চিলৈ লাগি থাকোতে মুল্যবৃদ্ধি আৰু বৃহঠ নদীবান্দ তথা তেনেধৰনৰ কামবোৰ অনায়াসে হৈ আছে যত এতিয়া নকলে পিচত কৈ কোনো লাভয় নহব বুলিও কয় সাংসদজনে ।

বাইট : নৱ শৰনীয়া , সাংসদ কোকৰাঝাৰ লোকসভা সমষ্টী ।

Conclusion:সাংসদ নৱ শৰনীয়াই আৰু কয় যে যিসকল বৈধ ভাৰতীয় নাগৰিকৰ নান বাদ পৰিছে তেওঁলোকৰ নাম এন আৰচিত অনাৰ ব্যৱস্থা কৰিব লাগিছিল । বহু লোকৰ ৫১ চনৰ এন আৰ চি থকাৰ পিচতো নাম অহা নাই ।।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.