ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি চিৰাঙত আমছুৰ প্ৰতিবাদ

author img

By

Published : Aug 20, 2020, 3:39 PM IST

চিৰাঙত আমছুৰ প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিকৃতি দাহ কৰি আমছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰী সন্দৰ্ভত তদন্ত বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

Massive Protest By AAMSU At Chirang
সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি চিৰাঙত আমছুৰ প্ৰতিবাদ

চিৰাং, 20 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে চিৰাং জিলাত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজনী জিলা আমছুৰ উদ্যোগত আৰু মোনাকোষা আঞ্চলিক সমিতিৰ সহযোগত পালেঙবাৰী বজাৰত এই প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিকৃতি দাহ কৰি আমছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰী সন্দৰ্ভত বাৰে-বাৰে তথ্য সহ উদঙাই দিয়াৰ পিচতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিকৃতি দাহ কৰে আমছুৱে । বিজনী জিলা আমছুৰ উদ্যোগত আৰু মোনাকোষা আঞ্চলিক সমিতিৰ সহযোগত দিনৰ 11 বজাত পালেংবাৰী বজাৰত এই প্ৰতিকৃতি দাহ কৰে আমছুয়ে ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তক সকীয়নি প্ৰদান কৰি আমছুৱে অতিশীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰি ইয়াৰ লগত জড়িত বিষয়া কৰ্মচাৰীক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৷ অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে ৷

উল্লেখ্য যে, সমগ্ৰ ৰাজ‍্যৰ লগতে চিৰাঙৰ তুলসীঝোৰাতো আমছুয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি পুত্তলিকা দাহ কৰে । চিৰাং জিলা আমছুয়ে তুলসিঝোৰাত এই কাৰ্য‍সূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক : নগাঁৱত নৈত জপিয়াই আত্মহত্য়াৰ চেষ্টা: উদ্ধাৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.