ETV Bharat / state

চিৰাঙত আছুৰ উদ্যোগত গণবিক্ষোভ - নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে গণবিক্ষোভ

নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে চিৰাং আছুৱে ৷ তাল-খোলৰ মাতেৰে গণবিক্ষোভ কাৰ্যসূচীত সহস্ৰজনে অংশগ্ৰহণ কৰে ৷

Chirang AASU gana bikkhov, Mass protest against CAA, Mass protest against CAA 2019 in Chirang, protest against CAA 2019 in Chirang by AASU, চিৰাঙত আছুৰ উদ্যোগত গণবিক্ষোভ, নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে গণবিক্ষোভ, চিৰাং আছু গণবিক্ষোভ কাৰ্যসূচী
চিৰাং আছু গণবিক্ষোভ কাৰ্যসূচী
author img

By

Published : Dec 24, 2019, 8:10 PM IST

চিৰাং, 24 ডিচেম্বৰঃ চিৰাং জিলাৰ বাসুগাঁৱত আছুৰ উদ্যোগত ৰূপায়ন কৰা হয় অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৷ চিৰাং জিলা আছুৰ সহযোগত বাসুগাঁও আঞ্চলিক আছুৱে ৰূপায়ন কৰে বিশাল গণবিক্ষোভ কাৰ্যসূচী ৷

চিৰাং আছু গণবিক্ষোভ কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে ৷ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়তে চিৰাঙত অভিনৱ ৰূপত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷ আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা বিক্ষোভ কাৰ্যসূচীত শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলো স্তৰৰ লোকে অংশগ্ৰহণ কৰে ৷ তাল-খোল বজাই চৰকাৰ বিৰোধী শ্লোগানেৰে এইদৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷

Intro:চিৰাঙৰ বাসুগাঁওত আছুৰ নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে গণ বিক্ষোভ কাৰ্যসুচি । চিৰাং জিলা আছুৰ সহযোগত আৰু বাসুগাঁও আঞ্চলিক আছুৰ উদ্যোগত আয়োজিত এই বিক্ষোভ কাৰ্য্যসুচিত বিভিন্ন দল সংগঠনৰ সহযোগিতা । চৰকাৰ বিৰোধি বিভিন্ন শ্লোগানেৰে উত্তাল বাসুগাঁও চহৰ।

Body:চিৰাঙৰ বাসুগাঁওত আছুৰ নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে গণ বিক্ষোভ কাৰ্যসুচি । চিৰাং জিলা আছুৰ সহযোগত আৰু বাসুগাঁও আঞ্চলিক আছুৰ উদ্যোগত আয়োজিত এই বিক্ষোভ কাৰ্য্যসুচিত বিভিন্ন দল সংগঠনৰ সহযোগিতা । চৰকাৰ বিৰোধি বিভিন্ন শ্লোগানেৰে উত্তাল বাসুগাঁও চহৰ।

দুটা বাইট দিলো ।

Conclusion:চিৰাঙৰ বাসুগাঁওত আছুৰ নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে গণ বিক্ষোভ কাৰ্যসুচি । চিৰাং জিলা আছুৰ সহযোগত আৰু বাসুগাঁও আঞ্চলিক আছুৰ উদ্যোগত আয়োজিত এই বিক্ষোভ কাৰ্য্যসুচিত বিভিন্ন দল সংগঠনৰ সহযোগিতা । চৰকাৰ বিৰোধি বিভিন্ন শ্লোগানেৰে উত্তাল বাসুগাঁও চহৰ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.