গুৱাহাটী, চিৰাং 28 অক্টোবৰঃ ভাতৃ দ্বিতীয়া উপলক্ষে কাইলৈ অথাৎ ২৯ অক্টোবৰত বাক্সা, চিৰাং, ওদালগুৰি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু বিশ্বনাথ জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে । এই বন্ধৰ সময়ত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব ।
