ETV Bharat / state

চিৰাঙত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা - চিৰাঙত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে বহিঃৰাজ্যৰ পৰা আহিবলগীয়া শিক্ষাৰ্থীসকল কাজলগাঁৱৰ উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিছতেই সকলোকে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামলৈ নিয়া হ’ব ৷ ৰাজস্থান চৰকাৰে শিক্ষাৰ্থী সকলক অসমলৈ অনাৰ বাবে যাত্ৰীবাহী বাছৰ ব্যৱস্থা কৰাৰ উপৰিও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

Himanta Biswa Sarma at Chirang
চিৰাঙত স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Apr 26, 2020, 12:03 PM IST

চিৰাং,26 এপ্ৰিলঃ শনিবাৰে চিৰাঙত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ উল্লেখ্য যে,ৰাজস্থানৰ কোটাৰ পৰা আহিবলগীয়া শিক্ষাৰ্থী সকলক কাজলগাঁৱৰ উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ত জিৰণি লোৱাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ৷ এই ছাত্ৰ-ছাত্ৰী সকলৰ তত্বাৱধানৰ দায়িত্বত থাকিব ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম,চিৰাং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

Himanta Biswa Sarma at Chirang
চিৰাঙত স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ইয়াৰ উপৰিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে,দেওবাৰে বহিঃৰাজ্যৰ পৰা আহিবলগীয়া শিক্ষাৰ্থী সকল কাজলগাঁৱৰ উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিছতেই সকলোকে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামলৈ নিয়া হ’ব ৷ ৰাজস্থান চৰকাৰে শিক্ষাৰ্থী সকলক অসমলৈ অনাৰ বাবে যাত্ৰীবাহী বাছৰ ব্যৱস্থা কৰাৰ উপৰিও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে, লক ডাউন শিথিল সম্পৰ্কত অহা ২৭ এপ্ৰিলত ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক-চীনৰ পৰা মেডিকেল সামগ্ৰী লৈ দিল্লীত উপস্থিত স্পাইচজেটৰ বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.