ETV Bharat / state

লক ডাউনৰ বাবে চিৰাঙত কৃষকৰ হাহাকাৰ অৱস্থা

author img

By

Published : Apr 20, 2020, 8:10 PM IST

বজাৰলৈ শাক-পাচলি উলিয়াই দিব নোৱাৰাৰ বাবে শ শ বিঘা কৃষি মাটিত বিনষ্ট হৈছে উৎপাদিত শস্য ৷

Farmer facing big loses in Chirang during Lockdown
লক ডাউনৰ বাবে চিৰাঙত কৃষকৰ হাহাকাৰ অৱস্থা

চিৰাং,20 এপ্ৰিল: দেশজুৰি অব্যাহত থকা লক ডাউনৰ সময়ছোৱাত দেশৰ কৃষক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ অসমৰ আন আন প্ৰান্তৰ লগতে চিৰাং জিলাতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষকৰ মাজত ৷ বজাৰলৈ শাক-পাচলি উলিয়াই দিব নোৱাৰাৰ বাবে শ শ বিঘা কৃষি মাটিত বিনষ্ট হৈছে উৎপাদিত শস্য ৷ চিৰাং জিলাৰ সকলো বজাৰ বন্ধ হৈ যোৱাত কৃষি ঋণ লৈ পাচলিৰ খেতি কৰা বিজনী মহকুমাৰ অন্তৰ্গত 1নং গৰাইমাৰীৰ বহু কৃষকৰ জীৱনলৈ এতিয়া নামি আহিছে অন্ধকাৰ ৷

উল্লেখ্য যে লক ডাউনৰ ফলত খেতি পথাৰতে গেলি পচি বিনষ্ট হৈ যাব ধৰিছে ভাত কেৰেলা,ভোল,জিকা,বিলাহী,কোমোৰা আদি উৎপাদিত পাচলি ৷ এনেদৰে শ শ বিঘা কৃষি ভূমি নষ্ট হোৱা কৃষকসকলে উপায়ন্তৰ হৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে চৰকাৰলৈ ৷

লগতে পঢ়কঃ গোৱালপাৰাত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.