ETV Bharat / state

বিজনীৰ ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং বিষয়া - চিৰাং

সোমবাৰে চিৰাঙৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিয়োজিত বিষয়া-কৰ্মচাৰীসকল ৷ মঙলবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 33 নং বিজনী বিধানসভা সমষ্টিৰ মুঠ 15,9,940 গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব ৷

as_Chg_03_Chirang Bijni LAC preparation_vis_10012
বিজনীৰ ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং বিষয়া
author img

By

Published : Apr 5, 2021, 3:05 PM IST

চিৰাং, 5 এপ্ৰিল : চিৰাং জিলাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ মুঠ 15,9,940 গৰাকী ভোটাৰে মঙলবাৰে ভাগ্য নিৰ্ণয় কৰিব 8 গৰাকীকৈ প্ৰাৰ্থীৰ । সমষ্টিটোত 223 টা ভোটগ্ৰহণ কেন্দ্ৰ থকাৰ লগতে চাৰিটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ আছে ।

বিজনীৰ ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং বিষয়া

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীসকল ক্ৰমে- বিপিএফৰ কমল সিং নাৰ্জাৰী, বিজেপিৰ অজয় কুমাৰ ৰায়, এজেপিৰ ৰূপম কুমাৰ দাস, ইউপিপিএলৰ ফণীন বড়ো, ভিপিআইৰ নন্দদেৱ ব্ৰহ্ম, নিৰ্দলীয় ছলেমান মণ্ডল, নিৰ্দলীয় বাহাৰুল ইছলাম নাগৰি আৰু নিৰ্দলীয় আব্দুল আৱাল প্ৰমাণিক ।

সোমবাৰে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ অস্থায়ী নিৰ্বাচন পৰিচালনা কাৰ্যালয়ৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে ইভিএম তথা অন্যান্য সামগ্ৰী লৈ ভোটকেন্দ্ৰলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : বিলাসীপাৰাৰ ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.