ETV Bharat / state

বঙাইগাঁওত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ - তপন গগৈ

বঙাইগাঁওত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি এপিডিচিএল নিযুক্তিৰ দুৰ্নীতিৰ প্ৰতিবাদ জনায় অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে । দিনৰ ১০.৩০ বজাত বঙাইগাঁওৰ বৰপাৰাস্থিত এপডিচিএলৰ কাৰ্য্যালয়ৰ সন্মুখত শক্তি মন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় ছাত্ৰ সংগঠনটোৱে ৷

বঙাইগাঁওত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ
author img

By

Published : Apr 29, 2019, 7:25 PM IST

বঙাইগাওঁ, 29 এপ্ৰিল: বঙাইগাঁওত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি এপিডিচিএল নিযুক্তিৰ দুৰ্নিতিৰ প্ৰতিবাদ জনায় অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে । দিনৰ ১০.৩০ বজাত বঙাইগাঁওৰ বৰপাৰাস্থিত এপডিচিএলৰ কাৰ্য্যালয়ৰ সন্মুখত শক্তি মন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় ছাত্ৰ সংগঠনটোৱে । দেওবাৰে অনুষ্ঠিত হোৱা শক্তি বিভাগত পৰীক্ষাত ব্যাপক খেলিমেলিৰ প্ৰতিবাদ জনাই বঙাইগাঁও জিলা সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোৰঞ্জন ভাগৱতিয়ে কয় যে অসমত প্ৰতিটো নিযুক্তিত ব্যাপক খেলিমেলি হৈ আছে ৷ এই অনিয়ম সমুহ দেখিও নেদেখা, শুন্য সহনশীলৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিমাতি কইনাৰ ভাও ধৰি আছে ।

লগতে পঢ়ক: কিমান সুৰক্ষিত গুৱাহাটীৰ গীৰ্জাঘৰ ?

যুৱছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই কয় যে এই পৰিক্ষা ব্যৱস্থা উঠাই দি চাকৰি সমুহত নিযুক্তিত নিলাম ব্যৱস্থা কৰক, যিয়ে অধিক টকা দিব তেওঁক চাকৰি দিয়ক তেতিয়া সাধাৰন লোকৰ কোনো আপত্তি নাথাকিব । এই নিযুক্তি পৰিক্ষাৰ নামত হেজাৰ হেজাৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী তথা নিৱনুৱাই পাঁশৰ পৰা হেজাৰ টকা মাচুল দি চালান কাটে । দুখীয়া নিৱনুৱা সকলক হাৰাশাস্থি নকৰি চাকৰি সমূহ নিলাম কৰি সকলোৰে কষ্টৰ অন্ত পেলাবলৈ অনুৰোধ কৰে সমগঠনটোৱে ৷

Slug : A_Chirang_29th Apr_805 & 806_Bongaigaon AJYCP protest APDCL_Vis & byt_Abdul Maleque Ahmed.

Send by ftp. 

বঙাইগাঁওত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি এপিডিচিএল নিযুক্তিৰ দুৰ্নিতিৰ প্ৰতিবাদ জনায় অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে । দিনৰ ১০.৩০ বজাত বঙাইগাঁওৰ বৰপাৰাস্থিত এপডিচিএলৰ কাৰ্য্যালয়ৰ সন্মুখত শক্তি মন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় ছাত্ৰ সংগঠনটিয়ে । কালি অনুষ্ঠিত শক্তি বিভাগত হোৱা পৰীক্ষাত ব্যাপক খেলিমেলিৰ প্ৰতিবাদ জনাই বঙাইগাঁও জিলা সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোৰঞ্জন ভাগৱতিয়ে কয় যে  অসমত প্ৰতিটো নিযুক্তিত হৈ থকা ব্যাপক খেলিমেলি হৈ আছে এই সমুহ দেখিও নেদেখাৰ ভাও লৈ সুন্য সহনশীলৰ শ্লোগান দিয়া মুখ্য মন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালে নিমাতি কইনাৰ ভাও ধৰি আছে । যুৱছাত্ৰ পৰিষদে মুখ্য মন্ত্ৰীক অনুৰোধ জনাই কয় যে এই পৰিক্ষা ব্যৱস্থা উঠাই দি চাকৰি সমুহত নিযুক্তিত নিলাম ব্যৱস্থা কৰক, যিয়ে অধিক টকা দিব তেওঁক চাকৰি দিয়ক তেতিয়া সাধাৰন লোকৰ কোনো আপত্তি নাথাকিব  বুলি কয় । কাৰন এই নিযুক্তি পৰিক্ষাৰ নামত হেজাৰ হেজাৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী তথা নিৱনুৱাই পাঁশ/হেজাৰ টকা ফিচৰ চালান কাটে । গতিকে দুখীয়া এই নিৱনুৱা সকলক হাৰাশাস্থিৰ অধিকাৰ নাই চৰকাৰৰ । 

বাইট : মনোৰঞ্জন ভাগৱতি,সভাপতি বঙাইগাঁও জিলা সমিতি অসম যুৱছাত্ৰ পৰিষদ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.