ETV Bharat / state

চিৰাঙত প্ৰহসনত পৰিণত ডিজিটেল সেৱা

১২ দিনে লিংক নাই জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় আৰু জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত ৷

চিৰাঙত প্ৰহশনত পৰিনত ডিজিটেল সেৱা
author img

By

Published : Jul 8, 2019, 11:19 PM IST

চিৰাং, 8 জুলাই: চিৰাঙত যোৱা ১২ দিনে লিংক নাই জিলা সদৰত । জিলা তথ্য কেন্দ্ৰৰ পৰা জিলা সদৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়,জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়,জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়, জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত যি ইন্টাৰনেটৰ সংযোগ দিছিল তাৰ লিংক নাই যোৱা ২৬ জুনৰ বিয়লিৰ পৰা । জিলা তথ্য কেন্দ্ৰৰ বিষয়া ৰঞ্জিত দাসে জনায় যে শক্তি বিভাগৰ খেলিমেলিত উচ্চ ভল্টেজত তিনিটা কৈ UPS জ্বলি যোৱাত এই অসুবিধাৰ সৃষ্টি হৈছে । যোৱা ১২ দিনৰ পৰা লিংক নথকাৰ সংশ্লিষ্ট কাৰ্যালয়ত কোনো ধৰণৰ কাম কাজ হোৱা নাই বুলি জনাইছে ভুক্তভোগী লোকসকলে ।

চিৰাঙত প্ৰহশনত পৰিনত ডিজিটেল সেৱা

চিৰাং জিলাত যোৱা ১২ দিনৰ পৰা লিংক নথকাৰ ফলত যমৰ-যাতনা ভোগ কৰিব লগীয়া হৈছে । বিগত কেইদিনত লিংক আহিব সেয়াও নিশ্চিত নহয় কোনো বিভাগ । মুঠতে ডিজিটেল সেৱাক ভেঙুচালিহে কৰিছে বুলি জনায় একাংশ ভুক্তভোগীয়ে ।

Intro:চিৰাঙত প্ৰহশনত পৰিনত ডিজিটেল সেৱা । ১২ দিনে লিংক নাই জিলা উপায়ুক্ত,আৰক্ষী অধিক্ষক,জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়, জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত। Body:চিৰাঙত যোৱা ১২ দিনে লিংক নাই জিলা সদৰত । জিলা তথ্য কেন্দ্ৰৰ পৰা জিলাসদৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়,জিলা আৰক্ষী অধিক্ষকৰ কাৰ্য্যালয়,জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়, জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত যি ইন্টাৰনেটৰ সংযোগ দিছিল তাৰ লিংক নাই যোৱা ২৬ জুনৰ বিয়লিৰ পৰা । জিলা তথ্য কেন্দ্ৰৰ বিষয়া ৰঞ্জিত দাসে জনায় যে বিদ্যুত বিভাগৰ খেলিমেলিত উচ্চ ভল্টেজত তিনিটা কৈ ইউ পি এচ জ্বলি যোৱাত এই অসুবিধাৰ সৃষ্টী হৈছে বুলি জনায় । যোৱা ১২ দিনৰ পৰা লিংক নথকাৰ সংশ্লিষ্ট কাৰ্য্যালয়ত কোনো ধৰনৰ কামকাজ হোৱা নাই বুলি জনাইছে ভুক্তভোগী লোকসকলে ।

বাইট : ৰঞ্জিত দাস, জিলা তথ্য কেন্দ্ৰৰ বিষয়া । Conclusion:চিৰাং জিলাত যোৱা ১২ দিনৰ পৰা লিংক নথকাৰ ফলত জমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে । কেইদিনত লিংক আহিব সেয়াও নিশ্চিত নহয় কোনো বিভাগ । মুঠতে ডিজিটেল সেৱাক ভেঙুচালিহে কৰিছে বুলি জনায় একাংশ ভূক্ত ভোগীয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.