ETV Bharat / state

চিৰাঙত দেৱী বিসৰ্জন পৰ্বৰ সফল সামৰণি

author img

By

Published : Oct 26, 2020, 6:28 PM IST

বিয়লি 5 বজাৰ পূৰ্বেই সকলো বিসৰ্জন সমাপ্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰশাসনে ৷ সেই মতেই জিলাখনৰ শতাধিক পুজা কমিটীয়ে দুপৰীয়া 1 বজাৰ পৰা আৰম্ভ কৰি 5 বজাৰ পুৰ্বেই সকলো দেৱীৰ বিসৰ্জন সমাপ্ত কৰে ৷

Dasami immersion completed at Chirang
চিৰাঙত দেৱী বিসৰ্জন পৰ্বৰ সফল সামৰণি

চিৰাং, 26 অক্টোবৰ: সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাতো সফল ভাৱে উদযাপন কৰা হয় দশমীৰ দেৱী বিসৰ্জন পৰ্ব ৷ জিলাখনৰ শতাধিক পুজা কমিটীয়ে দুপৰীয়া 1 বজাৰ পিচতে আৰম্ভ কৰে দেৱী বিসৰ্জন পৰ্ব ৷ বিয়লি 5 বজাৰ পূৰ্বেই সকলো বিসৰ্জন সমাপ্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰশাসনে ৷

চিৰাঙত দেৱী বিসৰ্জন পৰ্বৰ সফল সামৰণি

সেই মতেই জিলাখনৰ শতাধিক পুজা কমিটীয়ে দূপৰীয়া 1 বজাৰ পৰা আৰম্ভ কৰি 5 বজাৰ পুৰ্বেই সকলো দেৱীৰ বিসৰ্জন সমাপ্ত কৰে ৷ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি জিলাখনৰ ডাংতল,ছিদলী,বাসুগাঁও,ৰুনিখাতা,পানবাৰী,আমগুৰি,বিজনী আদি ঠাইত শান্তিপূৰ্ণভাৱে বিসৰ্জন কাৰ্যসূচী সমাপ্ত হয় ৷

Dasami immersion completed at Chirang
চিৰাঙত দেৱী বিসৰ্জন পৰ্বৰ সফল সামৰণি

উল্লেখ্য যে,বিসৰ্জন পৰ্বত এইবাৰ পূৰ্বৰ দৰে দেখা নগ'ল ভক্তৰ সমাগম ৷ জিলা প্ৰশাসনৰ নিৰ্দেশনা তথা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চিৰাঙত নিৰ্দিষ্ট সময়ৰ ভিতৰত শান্তিপূৰ্ণভাৱে সামৰণি পৰে দশমীয় বিসৰ্জন কাৰ্যসূচী ৷

লগতে পঢ়কঃ এসময়ৰ উত্তৰ-পুৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাৱন দাহ কাৰ্যসূচী এতিয়া অতীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.