ETV Bharat / state

বঙাইগাঁৱত বিষুৱা উপলক্ষে নৃত্য কৰ্মশালা - নৃত্য কৰ্মশালা

অসমৰ কোঁচ ৰাজবংশী সকলে ৰঙালি বিহুটিক বিষুৱা হিচাপে উদযাপন কৰি আহিছে অতীজৰে পৰা । বঙাইগাঁৱত পহিলা বহাগৰ দিনা কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিষুৱা উদযাপনৰ ব্যাপক প্ৰস্তুতি

বঙাইগাঁৱত বিষুৱা উপলক্ষে নৃত্যৰ কৰ্মশালা
author img

By

Published : Apr 8, 2019, 11:26 AM IST

চিৰাং , 8 এপ্ৰিলঃ অতিকে আদৰৰ ৰঙালি বহুটি আহি পদূলিমুখ পালেহি ৷ এই ৰঙালি বিহুটিক অসমৰ কোঁচ ৰাজবংশী সকলে বিষুৱা উৎসৱ হিচাপে উদযাপন কৰে । সেয়ে বঙাইগাঁৱত পহিলা বহাগৰ দিনা কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিষুৱা উদযাপনৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হয়।

বঙাইগাঁৱত বিষুৱা উপলক্ষে নৃত্যৰ কৰ্মশালা

বঙাইগাঁৱত বিষুৱা উপলক্ষে কোঁচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত 5 আৰু 6 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে এক সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হয় । জিলাখনৰ নৰ্থ বইটামাৰী ছোৱালী হাইস্কুল প্ৰাংগণত অনুষ্ঠিত এই কৰ্মশালাত গোৱালিনী নৃত্য, কুশান নৃত্য,বাঁশ নৃত্য আদিৰ প্ৰশিক্ষণ দিয়া হয় । এই প্ৰশিক্ষণত শতাধিক স্থানীয় শিশু, স্কুলীয়া ছাত্ৰীৰ লগতে স্থানীয় যুৱতী আৰু মহিলাসকলে অংশ গ্ৰহণ কৰে ৷ এই কৰ্মশালাত প্ৰশিক্ষণ দিয়ে নৃত্য শিল্পী প্ৰীতম কোঁচে ৷

Slug : A_Chirang_8th Apr_801 to 803_Bongaigaon Bishuwa kochrajbangshi traditional Bihu_Vis_byt_Abdul Maleque Ahmed. 

Send by ftp.

বঙাইগাঁৱত বিষুৱা উপলক্ষে নৃত্যৰ কৰ্মশালা। 

অতিকে আদৰৰ ৰঙালি বহুটি আহি আহি চোতাল পালেহি । এই ৰঙালি বিহুক অসমৰ কোঁচ ৰাজবংশী সকলে বিষুৱা হিচাবে উদযাপন কৰে । অহা পহিলা বহাগত কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিষুৱা উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলিছে বঙাইগাঁৱত । বিষুৱা উপলক্ষে কোঁচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত ৫ আৰু ৬ এপ্ৰিলত  দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এক সাংস্কৃতিক কৰ্মশালা। জিলাখনৰ নৰ্থ বইটামাৰী ছোৱালী হাই স্কুল প্ৰাংগনত অনুষ্ঠিত এই কৰ্মশালাত গোৱালিনী নৃত্য, কুশান নৃত্য, বাঁশ নৃত্য আদিৰ প্ৰশিক্ষণ দিয়া হয় । প্ৰশিক্ষণত শতাধিক স্থানীয় শিশু, স্কুলীয়া ছাত্ৰী, যুৱতী আৰু মহিলা সকলে অংশ গ্ৰহণ কৰে । প্ৰশিক্ষণ দিয়ে নৃত্য শিল্পী প্ৰীতম কোচে ।

বাইট : দুটা বাইট দিলো । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.