ETV Bharat / state

ক’ভিড ৰোগীৰ বাসগৃহত খাদ্য সামগ্ৰী যোগান ইউপিপিএলৰ - covid 19

চিৰাঙত এইপৰ্যন্ত 1014 গৰাকী লোক কৰ’ণাত আক্ৰান্ত ৷ জিলাখনত এই পৰ্যন্ত 29568 গৰাকী লোকৰ কৰ’ণা পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ সোমবাৰলৈকে জিলাখনত 231 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ আছে ৷

Chirang villege Covid affect house sanitise
ক’ভিড ৰোগীৰ বাসগৃহত খাদ্য সামগ্ৰী যোগান ইউপিপিএলৰ
author img

By

Published : May 31, 2021, 10:52 PM IST

চিৰাং, 31 মে’ : ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাতো অব্যাহত আছে কৰ’ণাৰ ত্ৰাস ৷ চিৰাঙত এই পৰ্যন্ত কৰ’ণাত আক্ৰান্ত হৈছে 1014 গৰাকী লোক ৷ জিলাখনত এই পৰ্যন্ত 29568 গৰাকী লোকৰ কৰ’ণা পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু সোমবাৰলৈকে জিলাখনত 231 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈ আছে ৷

Chirang villege Covid affect house sanitise
ক’ভিড ৰোগীৰ বাসগৃহত খাদ্য সামগ্ৰী যোগান ইউপিপিএলৰ

শেহতীয়াকৈ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আইপোৱালি গাঁৱৰ ক’ভিড ৰোগীৰ বাসগৃহত সোমবাৰে খাদ্য সামগ্ৰী যোগানৰ লগতে ছেনিটাইজেশ্বন কৰে ইউপিপিএলে । আইপোৱালি গাঁৱৰ অৰুন সুত্ৰধৰ নামৰ লোকজন ক’ভিডত আক্ৰান্ত হোৱাত তেওঁক জিলা স্বাস্থ্য বিভাগে চিকিৎসালয়ত আইচ'লেশ্যনত ৰাখিছে ।

ইয়াৰ পাচতে সোমবাৰে ইউপিপিএল দলৰ ১৪ নং চিৰাং দুৱাৰ ব্লক ইউপিপিএল দলৰ নেতৃত্বই লোকজনৰ ঘৰত উপস্থিত হৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে ঘৰখন ছেনিটাইজ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । ক’ভিডত আক্ৰান্ত লোকজনৰ পত্নী অন্তঃসত্বা হৈ থকাৰ বিষয়ে অৱগত হোৱাৰ পাচতে সহায়ৰ নিমিত্তে এই পদক্ষেপ গ্ৰহণ কৰে ইউপিপিএলে ৷

লগতে পঢ়ক: মেঘালয়ত কয়লা খনিত আৱদ্ধ শ্ৰমিক: 6 গৰাকীৰ মৃত্যুৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.