ETV Bharat / state

উচ্চ ন্যায়ালয়ৰ আবেদন নাকচত ইউপিপিএলৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 13, 2020, 6:49 PM IST

বিটিচিত ৰাজ্যপালৰ শাসন সন্দৰ্ভত ইউপিপিএল দলৰ উপ সভাপতি ৰৌনগৌৰা নাৰ্জাৰীৰ প্ৰতিক্ৰিয়া । বিটিচিৰ ৰাজ্যপালৰ শাসন সন্দৰ্ভত বিপিএফ দলে কৰা আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক আদৰণি জনাইছে ইউপিপিএল দলে ।

উচ্চ ন্যায়ালয়ৰ আবেদন নাকচত ইউপিপিএলৰ প্ৰতিক্ৰিয়া
উচ্চ ন্যায়ালয়ৰ আবেদন নাকচত ইউপিপিএলৰ প্ৰতিক্ৰিয়া

চিৰাং, 13 জুলাই : ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কৰা বিপিএফৰ আবেদন ন্যায়লয়ে নাকচ কৰাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইউপিপিএলৰ উপ সভাপতি তথা বিটিচিৰ বিৰোধী দলপতি ৰৌনগৌৰা নাৰ্জাৰীয়ে ৷ উচ্চ ন্যায়ালয়ৰ এই ৰায়ক স্বাভাৱিক বুলি মন্তব্য কৰে ইউপিপিএলৰ নেতাজনে ।

ৰৌনগৌৰা নাৰ্জাৰীয়ে কয় যে, ‘‘আইনে নিজৰ দায়িত্ব পালন কৰিছে ৷ বিপিএফে আইন মানি চলা নাছিল ৷ আনকি উচ্চ ন্যায়লয়ৰ ওপৰতো বিপিএফে সন্দেহজনক চকু দি চাইছিল ৷ গতিকে তাৰেই আজি প্ৰতিফল পাইছি বিপিএফে ।’’

লগতে পঢ়ক : গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বৈদ্যুতিক শ্মশান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.