ETV Bharat / state

চিৰাঙৰ বিজনীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

author img

By

Published : Dec 14, 2020, 9:09 PM IST

বিজনীত আটক হৈছে এটা ড্ৰাগছ ব্যৱসায়ী। লোকজনৰ পৰা ১৩ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ১টা মোবাইল ফোন আৰু কিছু আপত্তি জনক নথিপত্ৰ জব্দ কৰে বিজনী আৰক্ষীয়ে।

Chirang one arrest with drugs
চিৰাঙৰ বিজনীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

চিৰাং, 14 ডিচেম্বৰ : চিৰাং জিলাৰ বিজনীত সুবাইঝাৰ ৰোডত আটক হৈছে এটা ড্ৰাগছ ব্যৱসায়ী। লোকজনৰ পৰা ১৩ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ১টা মোবাইল ফোন আৰু কিছু আপত্তি জনক নথিপত্ৰ জব্দ কৰে বিজনী আৰক্ষীয়ে । পূৰ্বতেও ড্ৰাগছৰ ব্যৱসায় কৰি ৰঙা ঘৰৰ আলহি হৈছিল যুৱক জন । ফাৰুক আবদুল্লাহ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰ বিজনীৰ কাৱাটিকা খানপাৰাত ৷

Chirang one arrest with drugs
চিৰাঙৰ বিজনীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

গোপন খবৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি দাসৰ নেতৃত্বত এই ড্ৰাগছ ব্যৱসায়ী জনক বিজনী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে বৰ্তমান ড্ৰাগছ ব্যৱসায়ীজনক সোধপোছ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: বড়োভূমিৰ ৰাজনীতিত হৰ্চ ট্ৰেডিঙ : বিজেপিত যোগদান কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.