ETV Bharat / state

বিজনীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Sep 15, 2019, 10:45 PM IST

চিৰাঙৰ বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷ যোৱা কিছুদিনৰ পৰা ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে চিৰাং-বঙাইগাঁও জিলা ৷

বিজনীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

চিৰাঙ, 15 ছেপ্তেম্বৰঃ যোৱা কিছুদিনৰ পৰা চিৰাং-বঙাইগাঁওত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ চক্ৰ অধিক সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে ৷ দেওবাৰে বিয়লি চিৰাঙৰ বিজনীত ড্ৰাগছসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বিজনীৰ আম্বেদকাৰ ভৱনৰ ওচৰত এক গোপন সূত্ৰৰ পমখেদি বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলোৱা অভিযানত আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যবসায়ী জনক । গ্ৰেপ্তাৰ ড্ৰাগছ ব্যবসায়ী জনৰ নাম বিপ্লব দাস আৰু তেওঁ বিজনী দুতুৰীৰ বাসিন্দা বুলি নিজ স্বীকাৰোক্তিত উল্লেখ কৰিছে ৷ সৰবৰাহকাৰীজনৰ পৰা বিজনী আৰক্ষীয়ে ৯ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ ১ টা মোবাইল হেণ্ডছেট জব্দ কৰে ।

Intro:চিৰাঙৰ বিজনীত আজি সন্ধীয়া ৮ বজাত ড্ৰাগছ সহ এজন গ্ৰেপ্তাৰ ।

Body:চিৰাঙৰ বিজনীত ড্ৰাগছ সহ এজন ব্যৱসায়ী গ্ৰেপ্তাৰ। বিজনীৰ আম্বেদকাৰ ভৱনৰ ওচৰত এক গোপন সুত্ৰৰ পমখেদি বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলোৱা অভিযানত আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যবসায়ী জনক। গ্ৰেপ্তাৰ ড্ৰাগছ ব্যবসায়ী জনৰ নাম বিপ্লব দাস (৩০)। বিজনী দুতুৰীৰ বাসিন্দা বাদল দাসৰ পুত্ৰ বিপ্লৱ দাস। ৯ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ ১টা মোবাইল হেণ্ডছেট জব্দ কৰে বিজনী আৰক্ষীয়ে। আৰক্ষীৰ অভিযান অব্যাহত আছে ।

Conclusion:যোৱা কিছুদিনৰ পৰা চিৰাং-বঙাইগাঁওত ড্ৰাগছৰ ৰম্যভূমিত পৰিনত কৰিছে অসাধু ব্যৱসায়ী সকলে । যাৰ ফলত যুৱ প্ৰজন্মৰ বহু সংখ্যক যুৱক এই ধ্বংশকাৰী ড্ৰাগছ আসক্ত হোৱা পৰিলক্ষিত হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.