ETV Bharat / state

বি টি চি নিৰ্বাচনত বিজয়ৰ হাঁহি মাৰিব নৱ শৰণীয়াৰ দলে !

তুংগত উঠিছে বি টি চি নিৰ্বাচনক লৈ দল-সংগঠনৰ প্ৰস্তুতি ৷ ই টি ভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰত্যাশা সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিলে সাংসদ নৱ শৰণীয়াই ৷

author img

By

Published : Mar 19, 2020, 5:26 PM IST

Chirang MP Naba Sarania Interviev xclussive

চিৰাং, 19 মাৰ্চ : বি টি চি নিৰ্বাচনক লৈ তুংগত উঠিছে বিভিন্ন দল-সংগঠনৰ প্ৰস্তুতি ৷ বিপিএফ, ইউপিপিএল, বিজেপিৰ লগতে দীৰ্ঘদিন ধৰি বি ডি এ ডিৰ অবড়ো লোকসকলৰ অভিভাৱকৰ দায়িত্ব লৈ অহা নৱ শৰণীয়াৰ দলো সাজু হৈছে নিৰ্বাচনক লৈ ৷ 36 খন আসনত প্ৰাৰ্থী আগবঢ়াব নৱ শৰণীয়াৰ দলে ৷ ই টি ভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰত্যাশা সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিলে সাংসদগৰাকীয়ে ৷

ই টি ভি ভাৰতৰ সৈতে সাংসদ নৱ শৰণীয়াৰ আছুতীয়া সাক্ষাৎকাৰ

লগতে পঢ়ক : দণ্ডাধীশৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগৰ কৰ'ণা পৰীক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.