ETV Bharat / state

চিৰাঙত মধ্যাহ্ন ভোজন কৰ্মীৰ আন্দোলন সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

author img

By

Published : Nov 5, 2019, 7:17 PM IST

চিৰাঙৰ ডন বস্কো কলেজ পৰিদৰ্শন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷ কি ক'লে প্ৰমিলা ৰাণী ব্ৰহ্মই মধ্যাহ্ন ভোজন কৰ্মীৰ আন্দোলন সন্দৰ্ভত ?

চিৰাঙত মধ্যাহ্ন ভোজন কৰ্মীৰ আন্দোলন সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

চিৰাং,5 অক্টোবৰ : হঠাৎ চিৰাঙ ভ্ৰমণত আহি চিৰাঙৰ ডনবস্কো কলেজ পৰিদৰ্শন কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই । সোমবাৰে চিৰাঙত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা কলেজখন পৰিদৰ্শন কৰি আপ্লুত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম । সংবাদ মাধ্যমৰ আগত বিদ্যালয় সমুহৰ মধ্যাহ্ন ভোজন কৰ্মীৰ আন্দোলন সন্দৰ্ভত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ মন্তব্য,

" মাজে-সময়ে মধ্যাহ্ন ভোজন কৰ্মীসকলৰ বিৰুদ্ধে খাদ্য ৰন্ধাক লৈ আপত্তিজনক অভিযোগ উত্থাপন হৈ অহাৰ বাবে অসম চৰকাৰে মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কিন্তু যিহেতু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে অসম চৰকাৰৰ অধীনত পূৰ্বৰে পৰা বিদ্যালয়সমূহত ৰন্ধন কাৰ্য চলাই আহিছিল ৷ গতিকে তেওঁলোকৰ দাবীকো অগ্ৰাহ্য কৰিব নোৱাৰি ৷ সেয়হে চৰকাৰ আৰু ৰন্ধনকৰ্মী এই দুয়ো পক্ষই শান্তি-পূৰ্ণভাৱে আলোচনা আগবঢ়াই এই সমস্যাৰ সমাধান পথ বিচাৰিব লাগে ৷"

Intro:হঠাতেই চিৰাঙত ভ্ৰমনলৈ আহি চিৰাঙৰ ডন বস্কো কলেজ পৰিদৰ্শন কৰে । কালি মুখ্য মন্ত্ৰীয়ে উদ্ধোধন কৰা কলেজ পৰিদৰ্শন কৰি আপ্লুত মন্ত্ৰী প্ৰমিলা । সংবাব মাধ্যমে সোধা প্ৰশ্নত বিদ্যালয় সমুহৰ মধ্যহ্ন ভোজন লৈ কি কলে মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই শুনক তেওঁৰ মন্তব্য ।

বাইট : প্ৰমিলা ৰানীব্ৰহ্ম ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:মধ্যাহ্ন ভজন লৈ মন্ত্ৰী প্ৰমিলাৰ প্ৰতিক্ৰীয়া ।

Conclusion:মধ্যাহ্ন ভজন লৈ মন্ত্ৰী প্ৰমিলাৰ প্ৰতিক্ৰীয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.