ETV Bharat / state

চিৰাঙত গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন - চিৰাঙত গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন

চিৰাং জিলা সমিতিৰ গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়

গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন

author img

By

Published : Jan 12, 2020, 11:06 PM IST

চিৰাং 12 জানুৱাৰী: দেওবাৰে চিৰাঙত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় চিৰাং জিলা সমিতিৰ গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন। দিনটোৰ কাৰ্যসূচী অনুসৰি জিলাখনৰ হাতিপোতা খেলপথাৰত পুৱা ৮ বজাত দলীয় পতাকা উত্তোলন কৰি শ্বহিদ তৰ্পণ আৰু শ্বহিদৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰে । পৰৱৰ্তী সময়ত পুলি ৰোপন, ছাফাই অভিযান , প্ৰতিনিধি পঞ্জীয়ন অনুষ্ঠিত হয় ।

চিৰাং
গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেশন

বিয়লি ১ বজাত অভ‍্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মহিবুল হকৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাত কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদ,কাৰ্যকৰী সভাপতি নুৰুল ইচলাম, সাধাৰণ সম্পাদক আজিজুল হক সহ প্ৰতিখন জিলাৰ সভাপতি সম্পাদক উপস্থিত থাকে । মুকলি সভাত কেন্দ্ৰীয় সভাপতি আহমেদে বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি থিয় দিয়াৰ আহ্বান জনায়।

লগতে পঢ়ক: দেওবাৰে বাসুগাঁওত অনুষ্ঠিত আক্ৰাছুৰ সংবাদমেল

Intro:চিৰাং জিলা সমিতি গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেষন। জিলাখনৰ হাতিপোতা খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে আজি সংগঠনটোৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। কাৰ্যসুচি অনুসৰি ৰাতিপুৱা ৮ বজাত দলীয় পতকা উত্তোলন,৮.৩০ বজাত শ্বহিদ তৰ্পণ আৰু শ্বহিদৰ আত্মাৰ সদ্গতিৰ বাবে দোৱা । ৯ বজাত গছপুলি ৰোপন,৯.৩০ বজাত ছাফাই অভিযান দহ বজাত প্ৰতিনিধি পঞ্জিয়ন , ১০.৩০ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। ১১ বজাত ছাত্র; ছাত্ৰীৰ মাজত প্ৰতিযোগিতা । বিয়লি ১ বজাত অভ‍্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি মহিবুল হকৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভাত কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদ,কাৰ্যকৰী সভাপতি নুৰুল ইচলাম, সাধাৰণ সম্পাদক আজিজুল হক সহ প্ৰতিখন জিলাৰ সভাপতি সম্পাদক উপস্থিত থাকে । মুকলি সভাত কেন্দ্ৰীয় সভাপতি আহমেদে বিশেষকৈ নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে ৰাইজক মাৰবান্ধি থিয় দিয়াৰ আহ্বান জনায়।

বাইট : আজিজুল হক, সাধাৰন সম্পাদক গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:চিৰাং জিলা সমিতি গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেষন।

Conclusion:চিৰাং জিলা সমিতি গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰথম বাৰ্ষিক অধিৱেষন।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.