ETV Bharat / state

চিৰাঙত আইৰ তাণ্ডৱঃ উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল - আই নদীৰ পানী

গাঁওকেইখনৰ ইতিমধ্যে দুই শতাধিক পুখুৰি ডুবি মাছ ওলাই গৈছে। বিনষ্ট হৈছে সমগ্ৰ খেতি পথাৰ। পশুধনৰ সৈতে গাঁওবাসীয়ো আবদ্ধ হৈ পৰিছে বৰ্তমান আবদ্ধ পানীৰ মাজত। কিন্তু পৰিতাপৰ বিষয় যে এতিয়ালৈ বানপানীত আৱদ্ধ গাঁও কেইখনলৈ যোৱা নাই কোনো চৰকাৰী সাহাৰ্য

চিৰাঙত আইৰ তাণ্ডবঃ উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল
author img

By

Published : Jul 10, 2019, 3:30 PM IST

চিৰাং,১০ জুলাইঃ চিৰাঙত ফেনে ফুটুকাৰে বাঢ়িছে আই নদীৰ পানী। বৰ্তমান আই নদীৰ কৱলত চিৰাঙৰ কেবাখনো গাঁও। জিমাখনৰ আই নদীৰ উত্তৰ পাৰৰ মাদাৰপুৰ,নাথুৰবাৰী আৰু ডেবৰবিল গাঁৱৰ দৃশ্য এয়া।

চিৰাঙত আইৰ তাণ্ডবঃ উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল

নৈৰ পানী বাঢ়ি অহাৰ ফলত সম্পূৰ্ণ বন্ধ হৈ পৰিছে নাওঁ চলাচল সেৱা। বানপানীত আবদ্ধ হৈ পৰিছে কেবাখনো গাঁৱৰ লোক। বিগত তিনিদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বুধবাৰে পুৱতি নিশাৰ পৰাই ভূটানৰ পানী নামি আহি বানপানীৰ সৃষ্টি কৰিছে। গাঁওকেইখনৰ ইতিমধ্যে দুই শতাধিক পুখুৰি ডুবি মাছ ওলাই গৈছে। বিনষ্ট হৈছে সমগ্ৰ খেতি পথাৰ। পশুধনৰ সৈতে গাঁওবাসীয়েও আবদ্ধ হৈ পৰিছে বৰ্তমান আবদ্ধ পানীৰ মাজত। কিন্তু পৰিতাপৰ বিষয় যে এতিয়ালৈ বানপানীত আৱদ্ধ গাঁও কেইখনলৈ যোৱা নাই কোনো চৰকাৰী সাহাৰ্য। ইয়াৰোপৰি উক্ত স্থানত কোনো ধৰণৰ উদ্ধাৰকাৰী দলো উপস্থিত হোৱা নাই বুলি জনাইছে গাঁওবাসীয়ে।

Intro:চিৰাঙত পুনৰ বৃদ্ধি আই নদীৰ পানী । কেবাখনো গাঁও প্লাৱিত । এয়া আই নদীৰ উত্তৰ পাৰৰ মাদাৰপুৰ-ডেবৰবিল গাঁওৰ দৃশ্য । যত আজি ৰাতিপুৱাৰে পৰা আই নদীৰ বাঢ়নি পানীয়ে দুটাকৈ মথাউৰি ভাঙী ঘৰে ঘৰে পানী সোমাইছে । Body:চিৰাং জিলাৰ আই নদীৰ বানপানীৰ দৃশ্য এয়া । জিমাখনৰ আই নদীৰ উত্তৰ পাৰৰ মাদাৰপুৰ,নাথুৰবাৰী আৰু ডেবৰবিল গাঁওৰ দৃশ্য এয়া । নদী পানী বৃদ্ধিৰ ফলত নাঁও চলাচল সম্পুৰ্ণ বন্ধ হৈ পৰিছে । বানপানীত আবদ্ধ হৈ পৰিছে কেবাখনো গাঁওৰ লোক । যোৱা তিনিদিনৰ পৰা হৈ থকা নেৰা নেপেৰা বৰষুনৰ ফলত আজি পুৱতি নিশাৰ পৰাই ভূটানৰ পানী নামি আহি বানপানীৰ সৃষ্টী কৰিছে । গাঁওকেইখনৰ দুই শতাধিক পুখুৰি ডুবি মাছ ওলাই গৈছে । খেতি পথাৰ বিনষ্ট হৈছে । কেবাটাও ঘৰ ভাঙী যোৱা বুলিও জানিব পৰা গৈছে । পশুধনৰ সৈতে গাঁও বাসীয়ো বানপানীত আবদ্ধ হৈ পৰিছে ।

বাইট : গাঁওবাসীৰ বাইট । Conclusion:এতিয়ালৈ বানপানীত আৱদ্ধ গাঁও কেইখনলৈ কোনো চৰকাৰি সাহাৰ্য্য বা চধকাৰূ লোকৰ আগমন হোৱা নাই । এতিয়াও বৃদ্ধজ হৈয়ে আছে আই নদীৰ পানী । কোনো ধৰনৰ উদ্ধাৰকাৰী দলো উপস্থিত হোৱা নাই বুলি জনাইছে গাঁওবাসীয়ে ।

চিৰাঙৰ পৰা আব্দুল মালদক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.