ETV Bharat / state

চিৰাঙত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ

কেন্দ্রীয় চৰকাৰৰ প্ৰস্তাৱিত বিদ্যুৎ বিল ২০২০ ৰ বিৰোধিতাৰে চিৰাঙত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ ৷ হাতে-হাতে বেনাৰ, পোষ্টাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলাৰ লগতে এই আইন অতি শীঘ্ৰে বাতিলৰ দাবী জনায় কৰ্মচাৰী আৰু অভিযন্তাসকলে ।

author img

By

Published : Feb 3, 2021, 7:29 PM IST

বঙাইগাঁৱত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদ

চিৰাং, ৩ ফেব্ৰুৱাৰী: চিৰাং জিলাৰ ভিন্ন প্ৰান্তত বিদ্যুত বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ । সমগ্ৰ অসমৰ লগতে কেন্দ্রীয় চৰকাৰৰ প্ৰস্তাৱিত বিদ্যুৎ বিল ২০২০ ৰ বিৰোধিতা কৰি চিৰাঙৰ ভিন্ন প্ৰান্তত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে বিদ্যুত বিভাগৰ কৰ্মচাৰীসকলে । এই বিলৰ আধাৰত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ব্যক্তিগত পুঁজিপতি বনিয়াৰ হাতত বিক্ৰী কৰি দিয়া সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ।

উল্লেখ্য যে, বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাসকলে হাতে-হাতে বেনাৰ, পোষ্টাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলাৰ লগতে এই আইন অতিশীঘ্ৰে বাতিলৰ দাবী জনায় ৷ কোনো কাৰণতে এই আইন মানি লোৱা নহ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: ৰঙিয়াত মথাউৰি নিৰ্মাণৰ নামত ঠিকাদাৰৰ বৃহৎ দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.