চিৰাং,5এপ্ৰিল: শুকুৰবাৰে চিৰাঙত ইউ পি পি এল আৰু সাংসদ নৱ শৰনীয়াৰ সমৰ্থক অবড়ো সুৰক্ষা সমিতিৰ ৪৪৯ জন পুৰুষ-মহিলাই আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে । চিৰাং জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত সদস্য ভৰ্তি অনুষ্ঠানত চিৰাং জিলা বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত এই লোকসকলে বিপিএফত যোগদান কৰে । বিপিএফৰ কেইবাজনো নেতা উপস্থিত থকা এই অনুষ্ঠানত বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত মন্তব্য কৰে ৷
কোকৰাজাৰত প্ৰমীলাৰাণীৰ বিজয় নিশ্চিতঃ পানীৰাম ব্ৰহ্ম - chirang
শুকুৰবাৰে চিৰাঙত ইউ পি পি এল আৰু সাংসদ নৱ শৰনীয়াৰ সমৰ্থক অবড়ো সুৰক্ষা সমিতিৰ ৪৪৯ জন পুৰুষ-মহিলাই আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান ৷
![কোকৰাজাৰত প্ৰমীলাৰাণীৰ বিজয় নিশ্চিতঃ পানীৰাম ব্ৰহ্ম](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2915597-thumbnail-3x2-jagirodjpg.jpg?imwidth=3840)
চিৰাঙত ৪৪৯ জন পুৰুষ-মহিলাই বিপিএফত যোগদান
চিৰাং,5এপ্ৰিল: শুকুৰবাৰে চিৰাঙত ইউ পি পি এল আৰু সাংসদ নৱ শৰনীয়াৰ সমৰ্থক অবড়ো সুৰক্ষা সমিতিৰ ৪৪৯ জন পুৰুষ-মহিলাই আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে । চিৰাং জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত সদস্য ভৰ্তি অনুষ্ঠানত চিৰাং জিলা বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত এই লোকসকলে বিপিএফত যোগদান কৰে । বিপিএফৰ কেইবাজনো নেতা উপস্থিত থকা এই অনুষ্ঠানত বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত মন্তব্য কৰে ৷
চিৰাঙত ৪৪৯ জন পুৰুষ-মহিলাই বিপিএফত যোগদান
চিৰাঙত ৪৪৯ জন পুৰুষ-মহিলাই বিপিএফত যোগদান
Intro:চিৰাঙত আজি ইউ পি পি এল আৰু সাংসদ নৱ শৰনীয়াৰ সমৰ্থক অড়ড়ো সুৰক্ষা সমিতিৰ ৪৪৯ জন পুৰুষ -মহিলা আনুষ্ঠানিক ভাৱে বিপিএফ ত যোগদান কৰে । চিৰাং জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত সদস্য ভৰ্তি অনুষ্ঠানত চিৰাং জিলা বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত এই সকল লোকে বিপিএফত যোগদান কৰে । চিৰাং জিলা বিপিএফৰ কেবাজনো নেতা এই অনুষ্ঠানত উপস্থিত থাকে।
এই সকলোকৰ বিপিএফত যোগদান কৰাৰ পৰাই বুজা যায় যে কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মৰ বিজয় নিশ্চিত এই দাবী চিৰাং জিলা বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মৰ।
বাইট : পানীৰাম ব্ৰহ্ম, সভাপতি চিৰাং জিলা বিপিএফ।
Body:বাইট : পানীৰাম ব্ৰহ্ম, সভাপতি চিৰাং জিলা বিপিএফ।
Conclusion:এই সকলোকৰ বিপিএফত যোগদান কৰাৰ পৰাই বুজা যায় যে কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মৰ বিজয় নিশ্চিত এই দাবী চিৰাং জিলা বিপিএফৰ সভাপতি পানীৰাম ব্ৰহ্মৰ।